--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাহ প্ৰেমীসকলে সকলো ধৰণৰ সোৱাদৰ চাহৰ সোৱাদ ল'বলৈ ভাল পায়। গাখীৰ চাহ, নেমু চাহ, মচলা চাহ, মালাই চাহ বা ৰঙা চাহ আৰু গ্ৰীণ টিও কম বেছি পৰিমাণে মানুহে ভাল পায়। কিন্তু আপুনি কেতিয়াবা 'ফলৰ চাহ' বা ফলৰে তৈয়াৰ কৰা চাহ খাইছে নেকি? এই চাহত চেনীৰ সলনি গোটেই ফলটো মিহলি কৰা হয়! ফলৰ চাহৰ সোৱাদ কেনেকুৱা? চাহৰ সোৱাদ আনিবলৈ এজন চাহ বিক্ৰেতাই ফল ব্যৱহাৰ কৰে। এই কথা সকলোৰে বাবে অজ্ঞাত হৈ থাকিলেহেঁতেন যদিহে এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল নহ'লহেঁতেন। 

এই ভাইৰেল ভিডিঅ'টোত গুজৰাট চুৰটৰ এজন চাহ বিক্ৰেতাক ফলৰ সৈতে চাহ বনোৱা দেখা গৈছে। চাহ তৈয়াৰ কৰোঁতে, চেনীৰ সলনি, তেওঁ কিছুমান ফল যেনে আপেল, চিকু, কল ব্যৱহাৰ কৰে।এই চাহ কেনেদৰে তৈয়াৰ কৰা হয়? উতলা গাখীৰৰ চাহত গোটেই আপেল, চিকু, কলৰ টুকুৰা দি উতলাই দিয়া হৈছিল! শৰীৰৰ বাবে ক্ষতিকাৰক চেনীৰ পৰিৱৰ্তে, বিক্ৰেতাই গ্ৰাহকসকলৰ বাবে এনেদৰে ফলৰ চাহ বিক্ৰী কৰি আছে। নেটিজেনসকলে এই আকৰ্ষণীয় চাহ বনোৱা পদ্ধতি দেখি আচৰিত হৈছিল।ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু ২৫ লাখতকৈও অধিক লোকৰ ওচৰলৈ গৈছে।
 

যদিও নেটিজেনসকলৰ এটা অংশই এনে এক নতুন উদ্ভাৱন দেখি সুখী, বহুতো চাহ প্ৰেমীয়ে এনেদৰে চাহ বনোৱাৰ তীব্ৰ বিৰোধিতা কৰিছে। বহু লোকৰ মতে এই চাহ শৰীৰৰ বাবে ক্ষতিকাৰক। চাহ ভাৰতীয়সকলৰ বাবে এক আৱেগ। একাপ চাহে মানুহৰ ভাগৰ দূৰ কৰিব পাৰে। সেই চাহৰ সৈতে এনেধৰণৰ প্ৰয়োগ নকৰিবলৈ একাংশই আহ্বান জনাইছে। কিছুমানে ফলৰ চাহ দেখি সিহঁতে নাক কোচাইছে আৰু একাংশই এনে চাহ খাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন