--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ পৰা  পোহৰলৈ  আহিছে এক আজৱ ঘটনা৷উত্তৰ প্ৰদেশৰ আলিগড়ত এজাহাৰ লৈ এছ এছ পিৰ কাষ চপা এজন ব্যক্তিয়ে পত্নী সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হোৱাৰ বাবে শংকা প্ৰকাশ কৰিছে। ব্যক্তিজনে অভিযোগ কৰিছে মহিলাগৰাকীয়ে বহু দামী ফোন চলায় আৰু ভিন্ন নামৰ আইডি প্ৰুফ আছে।আনকি মহিলাগৰাকীৰ হিন্দু নাম থকা আইডিও আছে। ব্যক্তিজনে জনোৱা মতে, দুবছৰ পূৰ্বে ফেচবুকৰ জৰিয়তে বন্ধুত্বৰ অন্তত দুয়োৰে বিয়া হৈছিল।ইপিনে তেওঁ ঘটনা সন্দৰ্ভত তেওঁ এছ এছ পিক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ অনুৰোধ জনাইছে।তদুপৰি ব্যক্তিজনে আৰু কয় যে কেইবালাখ টকাও তেওঁৰ একাউণ্টত আছে।


এই সন্দৰ্ভত চি অ’ চিভিল লাইন অশোক কুমাৰ সিঙে কয় যে কোৱাৰ্চিৰ নাগলা পাটোৱাৰীৰ বাসিন্দা ছিৰাজে পত্নী হাছিনাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আবেদন দাখিল কৰিছে। স্বামীৰ তৰফৰ পৰা এই সন্দৰ্ভত তথ্য দিয়া হৈছিল। জানিব পৰা মতে দুয়োজনে ফেচবুকৰ জৰিয়তে বন্ধুত্ব কৰি বিবাহপাশত আবদ্ধ হৈছিল। ইয়াৰ পূৰ্বে হাছিনাই বিবাহপাশত আবদ্ধ হৈছিল। প্ৰাক্তন স্বামীৰ পৰা বিবাহ বিচ্ছেদৰ সলনি টকা পাইছিল। যেতিয়ালৈকে টকা আছিল ছিৰাজে টকা খৰচ কৰি থাকিল,তেতিয়ালৈ সকলো ঠিকেই থাকিল কিন্তু এতিয়া পইচা শেষ হ'ল,সেয়ে যাবৰ মন গৈছে। সেইবাবেই মিছা অভিযোগৰ আবেদন দিয়া হৈছে৷ইয়াৰ পূৰ্বে দুয়োজনেই দিল্লীত বাস কৰিছিল। দিল্লী আৰু আলিগড়ত হাছিনাৰ হৈ প্ৰাৰ্থনা পত্ৰ দিয়া হৈছে। দুয়োজনে ইজনে সিজনৰ বিৰুদ্ধে আহি প্ৰাৰ্থনা চিঠি দি থাকে।ইতিমধ্যে আবেদনখন পৰীক্ষা কৰা হৈছে। ইয়াৰ পাছতহে বিহীত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস