--°C
Loading...
Listen to Article
2 min read
80%
 

১৩  নৱেম্বৰ ২০২৩, সোমবাৰ
 
১. মেষ ৰাশি (অ,ল) : -   আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, ভ্ৰমণত সুখ শান্তি বাঢ়িব, লগতে আজি যিসকল ব্যক্তিয়ে ৰাজনীতিৰ লগত জড়িত তেওলোকৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- আজিৰ দিনটোত ব্যৱসায়িকভাৱে লাভাৱান্বিত হ'ব পাৰিব, ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনৰ উৎসাহ হ্ৰাস হোৱাৰ যোগ দেখা যায়। 

৩. মিথুন ৰাশি (ক,ছ):-   আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বাঢ়িব পাৰে, ছাত্ৰ ছাত্ৰী সকলৰ পঢ়া শুনাত শুভ বুলি কব পাৰি, সামগ্ৰী লাভ কৰিব পাৰে, লগতে আজি আপোনাৰ ভ্ৰমণত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি (ড,হ) : - যিসকল শিল্পী আছে তেওঁলোকৰ শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ'লে সামান্য সঞ্চিত ধন খৰচ হ'ব পাৰে লগতে আজি আপোনাৰ মনত অশান্তি সৃষ্টি হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৫. সিংহ ৰাশি (ম,ট) :-  যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে সন্তানৰ সুখ লাভ কৰিব, যদিও আজি আপোনাৰ ক্ষতি হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব লগতে আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰখাটো ভাল হ'ব।

৬. কন্যা ৰাশি (প,ঠ) : -  আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ'ব, উকীল পুলিচ প্ৰশাসনৰ লগত জড়িত ব্যক্তি সকলৰ কৰ্মত সুনাম অৰ্জন কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাই আপোনাৰ মনত সামান্য চিন্তা ভাৱ সৃষ্টি কৰিব পাৰে।

৭. তুলা ৰাশি (ৰ,ত): -আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে ভাতৃ স্থানীয় ব্যক্তিৰ লগত সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়। 

৮. বৃশ্চিক ৰাশি (ন,য): -আজিৰ দিনটোত সাহসেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি ঘৰুৱা কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব।  

৯. ধনু ৰাশি (ধ,ভ): -  আজিৰ দিনটোত নতুন প্ৰেমৰ আৰম্ভণি হ'ব পাৰে, ছোৱালী সকলৰ মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।

১০. মকৰ ৰাশি (খ,জ):  -আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ'ব, জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি (গ,শ,স): -  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন নতুন যোগাযোগ হ'ব, ভাল ব্যক্তিৰ সান্নিধ্য লাভ, লগতে আজি আপুনি কৰ্মত নতুন নতুন আঁচনি গ্ৰহণ কৰিবলৈ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি ( দ,চ) :-  আজিৰ দিনটোত  দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, লগতে আজি আপুনি ব্যৱসায়িক ভাৱে লাভাৱান্বিত  হোৱাৰ যোগ দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement