--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশজুৰি দীপাৱলীৰ আনন্দ উদযাপিত হৈছে। পোহৰে পাতিছে মেলা। আতচবাজীৰ ৰঙীন পোহৰে চৌপাশৰ আন্ধাৰ বিনাশিছে। এই দীপাৱলীতে খোল খাইছে ৫ ৰাশিৰ ভাগ্যৰ দুৱাৰ। 

জানো আহক কি কি এই ৫ ৰাশি

মেষ ৰাশি- মেষ ৰাশি জাতক-জাতিকাসকলে সন্মান পাব আৰু সমাজত উচ্চ পদবী লাভ কৰিব। আপোনাৰ প্ৰেম জীৱন, বিবাহিত জীৱন আৰু ব্যৱসায় আৰু শক্তিশালী হৈ উঠিব। আৰ্থিক অগ্ৰগতিৰ সম্ভাৱনাও প্ৰবল। আপুনি নতুন নতুন সুযোগ পাব যাৰ সুবিধা আপুনি মুকলিকৈ ল’ব।

কৰ্কট ৰাশি- কৰ্কট ৰাশিৰ লোকৰ আয় বৃদ্ধিৰ পথ প্ৰশস্ত হ’ব। দীঘলীয়া যাত্ৰাত যোৱাৰ সুযোগ পাব। পেছাদাৰী জীৱন আৰু পাৰিবাৰিক জীৱনৰ মাজত সঠিক ভাৰসাম্য স্থাপন কৰাত আপুনি সফল হ’ব। ইয়াৰ উপৰিও কৰ্মক্ষেত্ৰত আপোনাৰ উৰ্ধতন বিষয়াৰ সৈতে সম্পৰ্কও উন্নত হ’ব আৰু আপুনি পদোন্নতিও পাব।

বৃশ্চিক ৰাশি- বৃশ্চিক ৰাশি জাতক-জাতিকাসকলৰ জীৱনত আৰ্থিক উন্নতিৰ শুভ সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ শক্তিশালী হ’ব। কেৰিয়াৰত স্থিতিশীলতা থাকিব। ইয়াৰ বাহিৰেও আপুনি ভাল চাকৰিৰ অফাৰ পাব পাৰে।

মকৰ ৰাশি- মকৰ ৰাশিৰ লোকে কেৰিয়াৰ আৰু পাৰিবাৰিক জীৱনত সফলতা লাভ কৰিব। এই বছৰ আপুনি ব্যৱসায়তো ভাল অগ্ৰগতি পাব। আপোনাৰ সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব আৰু আপুনি আপোনাৰ কেৰিয়াৰত সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এই সময় আপোনাৰ বাবে বহুত ভাল হ'ব। মকৰ ৰাশিৰ লোকসকল ভাগ্যৰ পক্ষত থাকিব।

কুম্ভ ৰাশি- কুম্ভ ৰাশিৰ লোকৰ আয় বাঢ়িব। আপোনাৰ পাৰিবাৰিক সম্পৰ্ক অনুকূল হৈ পৰিব, প্ৰেমৰ সম্পৰ্কত তীব্ৰতা দেখা পাব। পাৰিবাৰিক জীৱন অনুকূল হৈ পৰিব। আপোনাৰ স্বাস্থ্যও উৎকৃষ্ট হ’বলৈ গৈ আছে। কুম্ভ ৰাশিৰ লোকে লাভ কৰিব নতুন উপাৰ্জনৰ সুযোগ।

মীন ৰাশি- মীন ৰাশি জাতক-জাতিকাসকলে কেৰিয়াৰত ভাল সম্ভাৱনা পাব। পাৰিবাৰিক জীৱনত সুখ থাকিব। অভাৱনীয় আৰ্থিক লাভ পাব। আপোনাৰ কথাত মিঠা সুৰ বাঢ়িব যিয়ে আপোনাৰ সম্পৰ্কবোৰ মজবুত কৰিব। ব্যৱসায়ত অগ্ৰগতি হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক