--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিতাপ মানৱ সভ্যতাৰ এক গুৰুত্বপূৰ্ণ অংগ। গ্ৰন্থ অধ্যয়নে মানুহক পৰিপক্ক কৰে। আজি বিশ্ব গ্ৰন্থ দিৱস। এই উপলক্ষে বিশ্বৰ ইতিহাসত সৰ্বকালৰ পাঁচখন বেষ্ট চেলাৰ গ্ৰন্থৰ বিষয়ে অৱগত কৰিবলৈ লোৱা হৈছে। বিভিন্ন উৎসৰ পৰা আহৰণ কৰা এই তথ্যত বিভিন্নধৰণৰ কিতাপে স্থান লাভ কৰিছে।

বেষ্ট চেলাৰ কিতাপৰ এই তালিকাত বাদ দিয়া গৈছে কিছুমান ধৰ্মীয় আৰু ৰাজনৈতিক কিতাপ। দ্য বাইবেল, কোৰআন, আৰু চেয়াৰমেন মাওৰ উদ্ধৃতি আদি গ্ৰন্থসমূহ এক বিলিয়নতকৈও অধিক কপি বিক্ৰী হৈছে বিশ্বাস কৰা হয়। কিন্তু এই কিতাপবোৰৰ বিক্ৰীৰ সংখ্যা অনুসৰণ কৰাটো প্ৰায় অসম্ভৱ। ইয়াৰ কাৰণ হৈছে বহুতো গীৰ্জা বা চৰকাৰে এইসমূহ বিতৰণ কৰি আহিছে।

এতিয়া চাওঁ আহক সৰ্বকালৰ পাঁচখন বেষ্ট চেলাৰ গ্ৰন্থৰ এখন সংক্ষিপ্ত তালিকাঃ

১) মিগেল ডি কাৰভেণ্টিছে ৰচনা কৰা 'ডন কুইক্সোট’। এই স্পেনিছ গ্ৰন্থখনক আধুনিক কাহিনী সাহিত্যৰ বাটকটীয়া বুলি কোৱা হয়। বৰ্তমানলৈকে ৫০ কোটি কপি বিক্ৰী হৈছে ডন কুইকসোট।

২) চাৰ্লছ ডিকেনস্ৰ 'এ টেল অৱ টু চিটিজ’। প্ৰসিদ্ধ ইংৰাজ সাহিত্যিক চাৰ্লছ ডিকেন্সৰ কেইবাখনো উপন্যাসৰ ভিতৰত এইখনক জাকত জিলিকা হিচাপে ধৰা হয়। উপন্যাসখনৰ ২০ কোটি কপি বিক্ৰী হৈছে।

৩) জে.আৰ.আৰ. টকিয়েনৰ 'দ্য লৰ্ড অৱ দ্য ৰিংছ’। এই কল্পকাহিনীখনক লৈ হলিউডত চিনেমাও নিৰ্মাণ হৈছে। ১৫ কোটি কপি বিক্ৰী হৈছে দ্যা লৰ্ড অৱ দ্যা ৰিংছ।

৪) এণ্টোৱান ডি চেণ্ট-এক্সুপেৰী আৰু জে.আৰ.আৰ. টল্কিনক 'দ্য লিটল প্ৰিন্স’। এই উপন্যাসখন ১৪২ মিলিয়ন কপি বিক্ৰী হৈছে।

৫) জে.কে. ৰাউলিঙৰ 'হেৰী পটাৰ এণ্ড দ্য ছৰ্চাৰেৰছ ষ্টোন’। হেৰী পটাৰ চিৰিজৰ এই উপন্যাসখনৰ ১০৭ মিলিয়ন কপি বিক্ৰী হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস