--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ১৮ ছেপ্টেম্বৰ, ২০২৩, সোমবাৰ। কেনে যাব আজিৰ দিনটো?


মেষ – কামৰ হেঁচা কমিব। আশা কৰা ধৰণে আনৰ পৰা অনুপ্ৰেৰণা নাপাব। ধনৰ লালসা বাঢ়িব। সম্পত্তিৰ লগত জড়িত লেনদেন সম্পূৰ্ণ হ’ব।

বৃষ – আপোনাৰ আপোনাৰ ঘৰখনলৈ কিছু ইতিবাচক পৰিৱৰ্তন আহিব। জীৱনলৈ বিবাহৰ যোগ সোনকালে আহিব পাৰে। স্বাস্থ্যৰ প্ৰতি যত্নপৰ হ’ব।

মিথুন – আজি কিবা বৃহৎ সমস্যাৰ সন্মুখীন হ’ব পাৰে। স্বাস্থ্য প্ৰতিকূল৷ প্ৰেমত বাধা আহিব।

কৰ্কট – কোনো সিদ্ধান্ত লওঁতে খৰখেদাকৈ সিদ্ধান্ত নল’ব৷ বহুদিনৰ পৰা অৰ্থ সংকটত ভূগি থকাসকলে ধন লাভৰ সম্ভাৱনা আছে।

সিংহ – বিদ্যাৰ্থীৰ সপোন দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা আছে। ঘৰলৈ অতিথিৰ আগমন হ’ব পাৰে৷

কন্যা – যিকোনো কামৰ বাবে আত্মবিশ্বাস বৃদ্ধি পাব। হাতলৈ হঠাতে ধন আহিব পাৰে। দাম্পত্যত মধুৰ। 

তুলা – দিনটো সাৱধানে থাকিব। কোনো ব্যক্তিৰ পৰা সহায় পাব পাৰে। কৰ্মক্ষেত্ৰত পৰিস্থিতি জটিল হ’ব।

বৃশ্চিক – মানসিক শান্তিৰ বাবে হতাশাৰ কাৰণসমূহ সমাধান কৰক। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ’ব। পুৰণি বন্ধুক লগ পাব পাৰে৷

ধনু – আজি বিদেশ ভ্ৰমণৰ সুযোগো লাভ কৰিব পাৰে। সমাজত এক উচ্চস্থান অধিকাৰ কৰিব। প্ৰেমাস্পদক সন্দেহ নকৰিব৷

মকৰ – আজি স্বাস্থ্য ঠিকে নাযাব। বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হ’ব। ব্যৱসায়ত উন্নতি হ’ব। ভ্ৰমণৰ যোগ।

কুম্ভ – কোনোৱে যদি আৰ্থিক সহায় বিচাৰে তেনেহ'লে সহায় নকৰিব। অন্যথা আপোনাৰো আৰ্থিক অৱস্থা দুৰ্বল হ’ব পাৰে। মানসিক শান্তিৰ বাবে নেতিবাচক কথাৰ পৰা দূৰত থাকক।

মীন – আৰ্থিক স্থিতি শক্তিশালী হ’ব। মিতব্যয়ী হওক। আপুনি যদি বাহিৰত থাকে তেন্তে ঘৰৰ সদস্যক লগ পাব পাৰে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা