--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেংছুইৰ মতে ঘৰত শুভ শক্তিৰ প্ৰৱেশষ যাতে বিনা বাধাই হ’ব পাৰে সেই বিষয়ত গুৰুত্ব দিব লাগে। ফেংছুইৰ মতে  ঘৰৰ প্ৰধান দুৱাৰখনৰ ওপৰত নিৰ্ভৰ কৰি ঘৰ এটাত বাস কৰা লোকসকলৰ সুখ-শান্তিৰ বিষয়টো ভালেখিনি নিৰ্ধাৰণ হয়। ঘৰৰ মুখ্য দুৱাৰখন সদায় সেয়ে সঠিক স্থানত সঠিকভাৱে স্থাপন কৰিব লাগে। কিয়নো এই মুখ্য দুৱাৰখনেৰেই সকলো শুভ প্ৰভাৱ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। 

ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত কোনো অৱৰোধ বা বাধা থাকিব নালাগে। ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত কোনো অৱৰোধ বা বাধা থাকিলে ঘৰৰ ভিতৰত লক্ষ্মী অর্থাৎ শুভ শক্তি প্রৱেশ কৰাত বাধাৰ সৃষ্টি হয়। সেয়ে ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখ ভাগ সদায় খোলা অৱস্থাত থাকিব লাগে। মুখ্য দুৱাৰৰ সন্মুখত কোনোধৰণৰ বৃহৎ গছ অথবা খুঁটা আদি থাকিব নালাগে ।

ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত যদি বৃহৎ গছ বা খুটা থাকে তেন্তে সেয়া ফেংছুইৰ মতে অশুভ। খুঁটা অথবা বৃহৎ গছে ঘৰত শুভ শক্তিৰ প্ৰৱেশত বাধা দিয়াৰ ফলত ঘৰত অশান্তি হ'ব পাৰে।

ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত কেতিয়াও কোনো বস্তু পৰি থাকিবলৈ অথবা কোনো বস্তু জমা কৰি ৰাখিব নালাগে। ঘৰৰ মুখ্য দুৱাৰৰ ওচৰ-পাজৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে।এনেবোৰ নিয়ম মানি চলিলে সুফল নিশ্চয়কৈ পাব৷ এক কথাত ফেংছুইয়ে মানুহৰ সুখ-সমৃদ্ধ বৃদ্ধি কৰাৰ নানান উপায় দিছে৷ বিশ্বৰ কোটি কোটি লোকে ফেংছুইৰ বিধান মানি সুফল পাইছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা