--°C
Loading...
Listen to Article
2 min read
80%

 ১৫ নৱেম্বৰ ২০২৩, বুধবাৰ


মেষ : শত্ৰু পৰাভূত হ’ব। মাংগলিক চিন্তাত ব্ৰতী। খৰচ বৃদ্ধিৰ যোগ। ৰোগ আঁতৰিব। শুভ সংখ্যা ৪।

বৃষ :  আত্মীয়ৰ সংযোগ। আত্মীয়ৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনা। খৰচ বৃদ্ধি। যান-বাহনৰ পৰা সাৱধান। শুভ সংখ্যা ৭।

মিথুন : অনেক জ্ঞানৰ সুযোগ পাব। কোনো মাংগলিক কৰ্মত যোগদান। ৰাজনৈতিক সচেতনতা বৃদ্ধি। শিৱ মন্দিৰত চাকি দিয়ক। শুভ সংখ্যা ৯।

কৰ্কট : বস্তুবাদী লোকে জনপ্ৰিয়তা হেৰুৱাব পাৰে। কৰ্মক্ষেত্ৰত সাৱধান। আনক প্ৰশংসা কৰক। বিদ্যাত আনন্দ। শুভ সংখ্যা ৩।

সিংহ : আত্মবিশ্বাসে সহায় কৰিব। যোগাযোগত উন্নতি। শুভ ৰং গুলপীয়া। গৃহ নিৰ্মাণৰ চিন্তা। ৰহস্য ভেদ কৰিব পাৰিব। শুভ সংখ্যা ৮।



কন্যা : মনত কোনো চঞ্চলতা আৰু উদাস ভাব নাৰাখিব। ধূমপান-সুৰা সেৱনৰ পৰা আঁতৰি থাকক।  মানহানি হ'ব পাৰে। শুভ সংখ্যা ৫।

তুলা : সুনাম, কৃতিত্বৰ লাভৰ যোগ। কাম-কাজত বেমেজালি আঁতৰিব। শুভ ৰং কমলা। সমাজৰ কামত দৃঢ়তা। শুভ সংখ্যা ১।

বৃশ্চিক : আশা পূৰণৰ সংকেত। আনক আপদ বুলি নধৰিব। শুভ ৰং গোলাপী। সংঘাত আঁতৰিব। শুভ সংখ্যা ৬।

ধনু : কৃতিত্ব লাভৰ যোগ। কোনো কথাত ধৈৰ্য্যৰ প্ৰয়োজন হ’ব। প্ৰদূষণে কষ্ট দিব পাৰে। কুকুৰ-বান্দৰৰ পৰা সাৱধান। শুভ সংখ্যা ৩।

মকৰ : খং, ক্ষোভ, চঞ্চলতা এৰাই চলক। মধুমেহ, ৰক্তচাপ বৃদ্ধি হ’ব পাৰে। প্ৰতিৱেশীৰ পৰা কষ্ট পাব। শুভ সংখ্যা ২।

কুম্ভ : কৰ্মত অনামনা নহ’ব। সুস্থিৰ চিন্তাত ব্ৰতী থাকক। শুভ ৰং মেৰুণ। মিছা নক’ব। ভ্ৰমণৰ যোগ। শুভ সংখ্যা ১।

মীন : সামাজিক সক্ৰিয়তা বৃদ্ধি পাব। পৰকীয়া প্ৰেমত লিপ্তসকলৰ মানহানি। আৱেগ বৰ্জন কৰক। শিৱ ধ্যান কৰক। শুভ সংখ্যা ৫।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ