--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আজি ধনতেৰাছ৷ বছৰটোৰ সাঁচতীয়া টকাৰে বহুতে আয়োজন কৰিছে সোণ ক্ৰয় কৰিবলৈ৷ বহুতে সোণ ক্ৰয় কৰিবলৈ আজিৰ দিনটোলৈ অপেক্ষা কৰি থাকে৷  

ধনতেৰাছৰ দিনটো সোণ আৰু ৰূপৰ দৰে মূল্যৱান ধাতু ক্ৰয় কৰাৰ বাবে শুভ বুলি গণ্য কৰা হয়।
আৰু আজিৰ দিনটোত ধনলক্ষ্মী আৰু কুবেৰক পূজা কৰা হয়৷ কিন্তু বহুতে নাজানে যে কোন সময়ত ধন ক্ৰয় কৰা উচিত৷ অথবা ধনতেৰাছৰ কোনখিনি সময়ত সোণ ক্ৰয় কৰিলে অধিক সুফল লাভ কৰিব পাৰি৷ 

কোনখিনি সময় সোণ ক্ৰয়ৰ বাবে উত্তম : 

ধনতেৰাছ উৎসৱটো এই বছৰৰ ২৩ অক্টোবৰত উদয় তিথিত উদযাপন কৰা হ'ব যদিও সোণ, ৰূপ, বাচন- বৰ্তন, কাপোৰ আৰু অন্যান্য সামগ্ৰী ক্ৰয় কৰাৰ বাবে শুভ সময় ২২ অক্টোবৰৰ পৰা অৰ্থাৎ আজিৰ পৰাই  আৰম্ভ হ'ব। সেয়ে ধনতেৰাছৰ আগদিনাও সোণ,ৰূপ ক্ৰয় কৰাত বাধা নাই৷  
ধনতেৰাছত বজাৰ কৰাৰ শুভ সময়

আজি অৰ্থাৎ  শনিবাৰে  ৫.০২ বজাৰ পৰা পুৱা ৬.২৭ বজালৈ, সন্ধিয়া ৬.০২ বজাৰ পৰা সন্ধিয়া ৭.২০ বজালৈ আৰু সন্ধিয়া ৮.৫৫ বজাৰ পৰা ১.৫৬ বজালৈ সোণ ক্ৰয় কৰিব পাৰিব৷ আনহাতে,  ২৩ অক্টোবৰত সোণ ক্ৰয় কৰাৰ শুভ সময় হৈছে পুৱা ৬.২৭ বজাৰ পৰা সন্ধিয়া ৬.০৩ বজালৈ। এই দিনটোৰ অন্যান্য মুহুৰ্ত হৈছে পুৱা ৮.০২ বজাৰ পৰা ১২.২৩ বজালৈ, আবেলি ১.৫০ বজাৰ পৰা আবেলি ৩.১৬ বজালৈ আৰু সন্ধিয়া ৫.৪৪ বজাৰ পৰা সন্ধিয়া ৬.০৩ বজালৈ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া