--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দুধৰ্মত ধনতেৰছক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়। এই ধনতেৰছতে সামগ্ৰী ক্ৰয়ৰ পৰম্পৰাও আছে। এই সময়ছোৱাত সোণ-ৰূপৰ লগতে ঝাড়ু ক্ৰয় কৰাটো অত্যন্ত শুভ মনা হয়। বিশ্বাস কৰা হয় যে এই দিনটোত ক্ৰয় কৰা সামগ্ৰী ১৩ গুণ বৃদ্ধি পায় আৰু মালক্ষ্মী সন্তুষ্ট হৈ আশীৰ্বাদ প্ৰদান কৰে।

 স্মৰ্তব্য যে সাগৰ মন্থনৰ পৰা ভগৱান ধনৱন্তৰী আৱিৰ্ভাৱ হৈছিল। কাৰ্তিক মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা ধনতেৰছ পালন কৰা হয়। দৰাচলতে এই দিনটোত সাগৰ মন্থনৰ পৰা মলক্ষ্মীৰ দৰে ভগৱান ধনৱন্তীৰ জন্ম হৈছিল, সেয়েহে এই দিনটো ভগৱান ধনৱন্তীৰ জন্মদিন হিচাপে পালন কৰা হয়।

 জনবিশ্বাস কৰা হয় যে ভগৱান ধনৱন্তৰীয়ে হাতত এটা অমৃতৰ কলহ লৈ আৱিৰ্ভাৱ হৈছিল, সেয়েহে এই দিনটোত সামগ্ৰী ক্ৰয় এটা পৰম্পৰা প্ৰাচীন কালৰ পৰা চলি আহিছে। ধনতেৰছৰ দিনা ধাতু ক্ৰয় কৰাটো উত্তম বুলি বিবেচিত হয়।

 এই দিনটোত ৰূপ ক্ৰয় কৰাটো অতি শুভ। যদি ৰূপ কিনিব নোৱাৰে তেন্তে তাৰ পৰিৱৰ্তে এই দিনটোত পিতল, ব্ৰঞ্জ, সোণো কিনিব পাৰে। কিন্তু আজিৰ দিনটোত তীখাৰ বাচন-বৰ্তন আৰু লোহা কিনিব নালাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পেলনীয়া সামগ্ৰীৰে সৃষ্টিৰ অনন্য নিদৰ্শন কমাৰগাঁৱৰ প্ৰতিভাধৰ শিল্পী অতুল হাজৰিকাৰ
কাছাৰত ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা ৫০ হাজাৰ য়াবা টেবলেট জব্দ, গ্ৰেপ্তাৰ ১
‘মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া লোকসকলে পাকিস্তান, ISIৰ পৰা সাহস পাইছে!’ বিস্ফোৰক মন্তব্য বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ
শিশুৰ এই ৬টা লক্ষণক আওকাণ নকৰিব! লুকাই থাকিব পাৰে ভয়ংকৰ ৰোগ
বোল বমৰ তীৰ্থযাত্ৰীৰ পোছাক পৰিধান কৰি মোবাইল চুৰি বাবুল আলী আৰু শুকুৰ আলীৰ; দুয়োকে আটক বশিষ্ঠ আৰক্ষীৰ
জাগীৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা; এহাল যুৱক-যুৱতী থিতাতে নিহত
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
কেৰালাত ৰহস্যজনক মৃত্যু মাৰ্ঘেৰিটাৰ যুৱকৰ; শোকত ভাগি পৰিছে পৰিয়াল
বৰপেটাত SP অফিচৰ সন্মুখতে চাঞ্চল্যকৰ চুৰিকাণ্ড! গেলামালৰ দোকানত চোৰৰ লুটপাট