--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ২০ অক্টোবৰ, শুকুৰবাৰ৷জানো আহক আজি আমাৰ দিনটো কেনেদৰে যাব?


১. মেষ ৰাশি (অ,ল) : -  মেষ 
ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বাঢ়িব পাৰে, কৰ্মত নতুন নতুন আঁচনি গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে মনত সৰু-সুৰা চিন্তা বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ'ব, সমাজ কৰ্মী সকলে সাধাৰণ ৰাইজৰ লগত ৰাজহুৱা কৰ্মত জড়িত হ'বলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য চিনাকি ব্যক্তিৰ দ্বাৰা বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ  হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ হ'ব, প্ৰেমত শুভ হ'ব, ব্যৱসায় বানিজ্যৰ ক্ষেত্ৰত সফলতা লাভ কৰিব, খেলুৱৈ সকলৰ মনত আনন্দ বাঢ়িব যদিও আজি আপুনি ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাৰ ভাল হ'ব।

৫. সিংহ ৰাশি (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হ'ব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব লগতে আজি আপুনি মনৰ পৰা আক্ৰোষ মূল্যক বেয়া চিন্তাবোৰ দুৰ কৰিবলৈ চেষ্টা কৰিব।

৬.কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত জয় লাভ কৰিব , কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপোনাৰ ব্যৱসায় বানিজ্যৰ ক্ষেত্ৰত অধিক লাভালাভ হোৱাৰ যোগ দেখা যায় যায়।





৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ'ব, লগতে আজি আপোনাৰ শুভ বুদ্ধিৰ উদয় হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত উত্তম বস্ত্ৰ লাভ কৰিব, কৰ্মত কৃতকাৰ্যতা লাভ কৰিব, লগতে আজি আপোনাৰ আনন্দ মনে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি(ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আনক সহায় সহযোগিতা কৰিবলৈ মনটো আগ্ৰহী হ'ব, মনৰ চিন্তা ধাৰা উন্নত মানৰ হ'ব, লগতে আজি আপুনি উৎসৱ পাৰ্বনত জড়িত হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  যান বাহন ক্ৰয় কৰিবলৈ সুযোগ লাভ কৰিব, লগতে আজি সাংবাদিক সকলৰ শুভ বুলি কব পাৰি যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হৈ চলিব।

১১. কুম্ভ ৰাশি(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য বিষন্নতাৰ ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি-( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হ'ব, মনত আধ্যাত্মিক ভাৱ বাঢ়িব, যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ