--°C
Loading...
Listen to Article
2 min read
80%

মেষ- চিন্তা নকৰাকৈ কাকো প্ৰতিশ্ৰুতি নিদিব ।জীৱন সংগীৰ লগত চলি অহা দীঘলীয়া মতভেদ আজি সমাপ্ত হোৱাৰ সম্ভাৱনা আছে। 

বৃষ- কৰ্মক্ষেত্ৰত আজি ধন লাভৰ যোগ আছে।সন্তানৰ স্বাস্থ্য আপোনাৰ অশান্তিৰ কাৰণ হব পাৰে।তামসিক আহাৰ পৰিহাৰ কৰক। ব্যৱসায়ত মধ্যমীয়া। 

মিথুন- হিংসা আৰু ঘৃণাই আজি আপোনাৰ বাবে বিপদ মাতি অনিব পাৰে । প্ৰিয়জনে আপোনাৰ বাবে আনন্দ আৰু সুখ কঢ়িয়াই আনিব। 

কৰ্কট- আজি আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব| কৰ্মক্ষেত্ৰত সুনাম লাভ কৰিব। 

সিংহ- আপোনাৰ সন্তানৰ উন্নতমানৰ প্ৰদৰ্শনে আপোনাক নথৈ আনন্দিত কৰিব। আজিৰ দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হ’ব লগীয়া হ’ব পাৰে। কোনো মূল্যবান বস্তু হেৰাব পাৰে।

কন্যা- অলপ সাৱধান হ’ব। হাতত থকা পইচা অধিক খৰচ হ’ব। সফলতা পাবলৈ যথেষ্ট পৰিশ্ৰম কৰিব লাগিব। নতুন উদ্যোগৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক।

তুলা- কোনো নতুন কামৰ লগত জড়িত হোৱাৰ আগতে জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লওক। ভ্ৰমণৰ সম্ভাৱনা আছে। আৰ্থিক স্থিতি সবল থাকিব।

বৃশ্চিক- আজিৰ দিনটো ফুৰ্তি আৰু আনন্দৰে পাৰ হ’ব। কাৰোবাৰ পৰা অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে। 

ধনু- কৰ্মক্ষেত্ৰত খ্যাতি লাভ কৰিব। ঘৰলৈ আলহি আহিব পাৰে। জীৱন সংগীৰ পৰা উপহাৰ লাভ কৰিব।আজি কামৰ ক্ষেত্ৰত কোনো শুভ সংবাদ লাভ কৰিব৷

মকৰ- আয় বাঢ়িব। কোনো কথাত হতাশা বাঢ়িব পাৰে। আজি কোনোবা নিকটৱৰ্তী ব্যক্তিৰ লগত আপোনাৰ কাজিয়া হব পাৰে। ব্যৱসায়ত মধ্যমীয়া। 

কুম্ভ- কৰ্মস্থানত সন্মান লাভ কৰিব। গণেশৰ মন্দিৰত মিঠাই দিলে ভাবি থকা সকলো কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

মীন – স্বাস্থ্য ভালে নাযাবও পাৰে।দাম্পত্য জীৱনত কাজিয়াৰ আশংকা আছে।হাতলৈ পইচা আহিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক