--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ইংৰাজী ১৩  অক্টোবৰ,শুকুৰবাৰ৷জানো আহক আজিৰ দিনটোৰ ৰাশিফল…

১. মেষ ৰাশি (অ,ল) : এই ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত মনত জেষ্ঠ্য জন আৰু দেৱ দেৱীলৈ শ্ৰদ্ধা ভক্তি ভাৱ বাঢ়িব, মনৰ আশা পূৰণ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য সৰু সুৰা বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, আৰক্ষী প্ৰশাসনৰ লগত জড়িত ব‌্যক্তি সকলৰ শুভ হ'ব, লগতে আজি আপোনাৰ ব্যৱসায়িক দিশত অধিক শুভ  হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশত সফলতা আহিব, ব্যৱসায় বানিজ্য ক্ষেত্ৰত শুভ হ'ব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব লগতে আজি আপুনি হীনমান্যতাত ভুগিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৪. কৰ্কট ৰাশি(ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, কৰ্মত আপোন ব্যক্তিৰ পৰা প্ৰেৰণা লাভ কৰিব, যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব,হাহি ধেমালিৰ মাজেৰে দিনটো পাৰ হ'ব, যদিও আজি আপুনি চিকিৎসাৰ ক্ষেত্ৰত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব।




৬.কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত আৰম্ভণি কৰা কৰ্ম বোৰ সুকলমে সম্পন্ন কৰিবলৈ সক্ষম হব, ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব যদিও আজি আপুনি সজাগ নহ'লে মনত সৰু-সুৰা কথাতে সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত ধন সম্পত্তি বাঢ়িব , পদোন্নতি লাভ কৰিব পাৰে, সমাজ কৰ্মী সকলে নতুন নতুন সামাজিক দ্বায়িত্ব লাভ কৰিব পাৰে, যদিও আজি আপোনাৰ মনটো সামান্য অস্থিৰ হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব, খেলুৱৈ সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য অৱসাদ ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব পাৰে, ভাল ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, সমাজ কৰ্মী সকলৰ সামাজিক ব্যস্ততা বাঢ়িব, লগতে আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, হাতলৈ ধন আগমন বাঢ়িব, ব্যৱসায়িক দিশত লাভালাভ বাঢ়িব যদিও আজি আপোনাৰ কৰ্মক্ষেত্ৰত জতিলটাৰ সৃষ্টি হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

১১.কুম্ভ ৰাশি(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত আনৰ সহায় সহযোগিতাৰ মাজেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, বেচা কিনাত ক্ষেত্ৰত শুভ হ'ব, যদিও আজি আপোনাৰ মনটো চিন্তিত কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

১২.মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পত্তি লাভ কৰিব, কৰ্মক্ষেত্ৰত মনোৱল বাঢ়িব, লগতে আজি আপোনাৰ মনৰ চিন্তা ধাৰা উন্নত মানৰ হোৱাৰ যোগ দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক