--°C
Loading...
Listen to Article
2 min read
80%



২৮/১২/২০২৩, বৃহস্পতিবাৰ

 
মেষ-আজি আপুনি বহুত পইচা আয় কৰিব পাৰে। দিনটো ব্যস্ত থাকিলেও স্বাস্থ্য ভালে থাকিব। ব্যৱসায়ী সকলে কষ্টৰ মাজতে কিছু লাভৱান হ’ব। শুভ সংখ্যা ২, শুভ ৰং মুগা।

বৃষ- কৰ্ম, বাণিজ্য আৰু আৰ্থিকত উন্নতি হ’ব।শিক্ষাৰ্থীৰ মনৰ উৎসাহ বাঢ়িব পাৰে। মাতৃৰ সহায়ত টকা পোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত অধিক কঠোৰ পৰিশ্ৰম হ’ব। শুভ সংখ্যা ৮, শুভ ৰং ৰূপালী। 

মিথুন- দিনটো অসংগঠিত হ’ব। আত্মনিয়ন্ত্ৰিত হওক। পৰিয়ালত ধৰ্মীয় অনুষ্ঠান থাকিব পাৰে। ঘৰৰ ৰক্ষণাবেক্ষণৰ বাবে খৰচ বৃদ্ধি পাব পাৰে। বৈবাহিক সুখ বাঢ়িব। শুভ সংখ্যা ২,শুভ ৰং সোণালী।

কৰ্কট- কৰ্ম ক্ষেত্ৰত কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে মানসিক অশান্তি হ’ব পাৰে ।নিজৰ যত্ন লোৱা প্ৰয়োজন। প্ৰেমত সাৱধান হ’ব । শুভ সংখ্যা ১, শুভ ৰং মেৰুণ।

সিংহ- আজিৰ দিনটো শৰীৰৰ শুভ কাৰক যদিও সন্ধিয়াৰ পৰা কিছু অশান্তি হ’ব পাৰে।প্ৰয়োজন বুজি খৰচ কৰক। শিক্ষাৰ্থীৰ বাবে দিনটো উত্তম। শুভ সংখ্যা ৮, শুভ ৰং বগা।

কন্যা- নানা ক্ষেত্ৰত বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে। ধৈৰ্য নেহেৰুৱাব। শৰীৰে সংগ নিদিলে জোৰ কৰি কামত হাত নিদিব।বিনিয়োগৰ ক্ষেত্ৰতো দিনটো শুভ। শুভ সংখ্যা ৫ , শুভ ৰং বাদামী।

তুলা- আজি যিকোনো বিতৰ্কৰ পৰা আঁতৰি থাকক।বন্ধু-বান্ধৱীৰ সমৰ্থন পাব। ভ্ৰমণ লাভজনক হ’ব। কৰ্মক্ষেত্ৰত স্থানান্তৰৰ সম্ভাৱনা আছে। মানসিক অসুবিধাই আমনি দিব পাৰে। শুভ সংখ্যা ৮ ,শুভ ৰং আকাশী।

বৃশ্চিক-আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ হ’ব। নেতিবাচক চিন্তা পৰিহাৰ কৰক। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। সফলতাৰ পথ প্ৰশস্ত হ’ব। আয় বৃদ্ধি পাব পাৰে। শুভ সংখ্যা ৪ ,শুভ ৰং গুলপীয়া।

ধনু- আবেগ নিয়ন্ত্ৰণ কৰি পদক্ষেপ লওক, তেতিয়াহে মানসিক শান্তি আহিব।আৰ্থিক আৰু কৰ্মক্ষেত্ৰত কিছু উন্নতি হ’ব। শিক্ষাৰ্থীয়ে মনত ভবাৰ ধৰণে ফল লাভ কৰিব। শুভ সংখ্যা ৬, শুভ ৰং হালধীয়া।

মকৰ – পৰিয়ালকেন্দ্ৰিক মনৰ অশান্তি বৃদ্ধি পাব পাৰে। প্ৰেম-প্ৰীতিত মধ্যমীয়া। সহকৰ্মীয়ে কৰ্মত সহায় কৰিব। যিকোনো বিবাদত মতামত দিয়াৰ পৰা বিৰত থাকক। শুভ সংখ্যা ৩ ,শুভ ৰং নীলা।

কুম্ভ- আজিৰ দিনটো শৰীৰৰ অসুস্থতা থাকিব। মনলৈ দুশ্চিন্তা আহিব। প্ৰেম আৰু পাৰিবাৰিকত যথেষ্ট শুভ কাৰক। শিক্ষাৰ্থীৰ উৎকণ্ঠা বাঢ়িব। শুভ সংখ্যা ৯ ,শুভ ৰং ৰঙা।

মীন-  আত্মনিৰ্ভৰশীল হওক। বন্ধুৰ পৰা উপহাৰ হিচাপে কাপোৰ পাব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে বিনিয়োগ কৰিব পাৰে। বাহনৰ সুখ লাভ কৰিব পাৰে। শুভ সংখ্যা ৭ ,শুভ ৰং পাতল সেউজীয়া।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ