--°C
Loading...
Listen to Article
2 min read
80%
১৪ অক্টোবৰ ২০২২, শুকুৰবাৰ
 
১. মেষ ৰাশি- আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি হ'ব৷  কৰ্মব্যস্ততা হ'ব।  ভ্ৰমণত বাধা। সংসাৰত অশান্তি। প্ৰেমত মিল থাকিব।

২. বৃষ ৰাশি -বন্ধুৰ সৈতে মিলন।  পতি-পত্নীৰ  সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়। শৰীৰ সুস্থ। প্ৰেমত মধুৰতা। আলহী আহিব।

৩. মিথুন ৰাশি-  ভ্ৰমণ নকৰিব। কৰ্মত অশুভ। মনৰ আশা পূৰণ৷ বন্ধুৰ সৈতে সংঘাত। চোৰৰ পৰা সাৱধান।

৪. কৰ্কট ৰাশি -শুভ খবৰ লাভ কৰিব৷  ভোজনৰ নিমন্ত্ৰণ লাভ কৰিব। প্ৰেমত শুভ। শৰীৰ ভালে নাথাকিব। বিদ্যাত শুভ।

৫. সিংহ ৰাশিৰ - কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ ব্যৱসায়ত শুভ হ'ব। মানসিক অশান্তি বাঢ়িব। প্ৰেমত অশান্তি।

৬. কন্যা ৰাশি - ধনৰ আগমন৷  মিচা অপবাদ পাব।  প্ৰেমত শান্তি। বিদ্যাৰ্থীৰ শুভ। ভ্ৰমণত শুভ।

৭. তুলা ৰাশি - ধন খৰচ হ'ব৷ মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়। প্ৰেমত মিলনৰ যোগ।  মৰম লাভ।

৮. বৃশ্চিক ৰাশি - আপোনজনে দুখ দিব। মনৰ আশা ভংগ। আজি আপুনি কৰ্মক্ষত্ৰত সজাগ হোৱাটো ভাল হ'ব। ব্যৱসায়ক লৈ চিন্তা। 

৯. ধনু ৰাশি - আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ। প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ পৰা বাচিব। দেহৰ বিষ হ'ব। মনত অস্থিৰতা।

১০. মকৰ ৰাশি- বন্ধুৰ সৈতে কাজিয়া। মনৰ এলাহ বাঢ়িব।  স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব। প্ৰেমত সন্দেহ।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সুনাম হ'ব৷ সজাগ নহ'লে কিবা চুৰি হ'ব পাৰে। মনৰ আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ব্যৱসায়ত মিশ্ৰিত ফল।

১২. মীন ৰাশি- মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কাম বাঢ়িব৷ সামান্য অশান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।প্ৰেমত শুভ। মাতৃৰ স্বাস্থ্য শুভ। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ