--°C
Loading...
Listen to Article
2 min read
80%
১৬ আগষ্ট ২০২৩, বুধবাৰ

মেষ : কৰ্মক্ষেত্ৰত জটিলতা। বাহিৰা খাদ্যত মন নিদিব। সময়ৰ কাম সময়ত শেষ কৰা ভাল হ’ব। আনৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত সমস্যাত পৰিব পাৰে। দিনটো ভাল–বেয়াৰ মাজেৰে পাৰ হ’ব। শিৱ আৰধনা কৰক।

বৃষ : দূৰত ক’ৰবালৈ যোৱাৰ ক্ষেত্ৰত এতিয়াই কাকো কথা নিদিব, কিছু অপেক্ষা কৰক। কুকুৰৰ পৰা সাৱধান। কৰ্মক্ষেত্ৰত জটিলতা। বাহিৰা খাদ্যত মন নিদিব। সময়ৰ কাম সময়ত শেষ কৰা ভাল হ’ব।

মিথুন : প্ৰেমত ধুমুহা আহিব, কিন্তু ব্যৱস্থা লোৱাৰ আগতে ব্যক্তিজনৰ মন পৰীক্ষা কৰা উচিত। পৰিয়ালত শুভ। চোৰৰ পৰা সাৱধান।

কৰ্কট : যিকোনো ধৰণৰ গেজেটছ, বিশেষকৈ কম্পিউটাৰক লৈ সমস্যাত পৰিব পাৰে। প্ৰেমত শুভ। ঘৰলৈ আলহী আহিব। খৰচ বাঢ়িব।

সিংহ : আৰ্থিক ক্ষেত্ৰত বেয়া খবৰ পাব পাৰে, কিন্তু সেয়া সম্পূৰ্ণৰূপে সঁচা নহ’বও পাৰে। ব্যৱসায়কলৈ চিন্তা। পুৰণি বন্ধুক লগ পাব। মনৰ শান্তি ঠিকে থাকিব।

কন্যা : নতুন সম্পৰ্ক আৰম্ভ কৰাৰ ক্ষেত্ৰত দিনটো একেবাৰে ভাল নহয়, পদক্ষেপ নল’ব। ব্যয় ভাবি-চিন্তি কৰক। খৰচ নিয়ন্ত্ৰণ নহ’লে বিপদত পৰিব। প্ৰেমিক-প্ৰেমিকাৰ সংঘাত।

তুলা : প্ৰিয়জনৰ দুৰ্ব্যৱহাৰ গাত লগাই ল’লে নহ’ব। মূৰ শীতল কৰি ৰাখিলে সম্পৰ্ক মজবুত হৈ উঠিব। আয় বাঢ়িব। দূৰ ভ্ৰমণ হব পাৰে।

বৃশ্চিক : যিমানেই প্ৰিয় বন্ধু হওক, আনৰ আবেগত জড়িত হৈ নপৰিব, নিজকে সংযত ৰাখক। চোৰৰ পৰা সাৱধান। গণেশৰ আৰধনা কৰক। নতুন বস্তু ক্ৰয় কৰিব পাৰে।

ধনু : নতুন সম্পৰ্ক বা কাম আৰম্ভ কৰাক লৈ চিন্তা–চৰ্চা কৰক, কিন্তু পদক্ষেপ নল’ব। খৰচ বাঢ়িব। প্ৰেমত শুভ। মাতৃৰ স্বাস্থ্য উন্নত।

মকৰ : সময় খৰচ নকৰি সৃজনশীল কামত মন দিয়ক, মন তাতেই ভালে থাকিব। আলহী আহিব। বিয়াৰ খবৰ আহিব পাৰে। পৰিয়ালত সুখ-শান্তি বাঢ়িব।

কুম্ভ : অতিৰিক্ত উপাৰ্জনৰ সুযোগ পাব, আগতে সকলো দিশ পৰীক্ষা কৰক। সন্তানক লৈ চিন্তা। পত্নীৰ শুভ। ব্যৱসায়ত মন্থৰ গতি। খৰচ কমিব।

মীন : প্ৰেমত শান্তি। পৰিয়ালত শুভ। নতুন চাকৰিৰ খবৰ পাব পাৰে। কোনো ভাল লগা মানুহক আজি লগ পোৱাৰ সম্ভাৱনা। দূৰ ভ্ৰমণত যাব পাৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ