--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰৰ নিয়ম সমুহ: হিন্দু ধৰ্মৰ পঞ্জিকা অনুসৰি মঙলবাৰৰ দিনটো বজৰংবলীলৈ উৎসৰ্গা কৰা হয়। বজৰংবলী সৰ্বশক্তিমান। ভক্তৰ দুখ-কষ্ট কেৱল তেওঁৰ নাম-মন্ত্ৰ জপ কৰিয়েই নাইকিয়া হয়। কোৱা হয় যে মঙলবাৰে হনুমানক সঁচা ভক্তি আৰু নিয়মেৰে পূজা কৰিলে তেওঁ সোনকালে সন্তুষ্ট হয় আৰু ভক্তসকলক বিচৰা ধৰণে ভাল ফলাফল দিয়ে, লগতে ভক্তসকলৰ সকলো ভয় আৰু সমস্যা দূৰ কৰে।

পূজাৰ সময়ত কিছুমান সহজ ব্যৱস্থা গ্ৰহণ কৰি দেৱতাসকলক সোনকালে সন্তুষ্ট কৰিব পাৰি বুলি বিশ্বাস কৰা হয়। যাৰ বাবে ভক্তসকলে দেৱতাসকলৰ বিশেষ আশীৰ্বাদ পায়। মঙলবাৰৰ পূজাৰ নিয়ম আৰু উপবাসৰ বিষয়ে জানো আহক, জানিলে আপোনাৰো উপকাৰ হ’ব।

১) যদি আপুনি মঙলবাৰে উপবাস ৰখাৰ কথা ভাবিছে তেন্তে যিকোনো মাহৰ শুক্ল পক্ষৰ প্ৰথম মঙলবাৰৰ পৰাই উপবাস আৰম্ভ কৰিব পাৰে।
২) ২১ টা বা ৪৫ টা মঙলবাৰ উপবাসে ৰখাটো শুভ সংখ্যা বুলি গণ্য কৰা হয়।
৩) মঙলবাৰৰ উপবাসৰ দিনটোত বহ্মচৰ্য ব্ৰত পালন কৰিব লাগে।
৪) মঙলবাৰে হনুমান মন্দিৰত ঘূৰি ফুৰা বান্দৰবোৰক কিবা এটা খুৱাব।
৫) মঙলবাৰে উপবাসৰ সময়ত এবাৰহে খাদ্য খোৱাটো প্ৰয়োজনীয় বুলি বিবেচিত হয়। ইয়াক অনুসৰণ কৰক।
৬) মঙলবাৰৰ উপবাসৰ দিনটোত ক’লা বা বগা ৰঙৰ কাপোৰ পৰিধান নকৰিব।
৭) মঙলবাৰৰ উপবাসৰ সময়ত হনুমান চলিছা পাঠ কৰি হনুমানক ভোগ আগবঢ়াওক।
৮) পূজাৰ সময়ত কমলা ৰঙৰ কাপোৰ পৰিধান কৰি হনুমানক কমলা ৰঙৰ ফুল আগবঢ়াব আৰু লগতে পূজাৰ বস্তুত কমলা ৰং অধিক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব।

গতিকে মঙলবাৰৰ উপবাস ৰখাৰ আগতে আপুনিও ইয়াত উল্লেখ কৰা সকলো নিয়মৰ যত্ন ল’ব লাগে আৰু সেইবোৰ মানি চলিব লাগে তেতিয়াহে আপোনাৰ উপবাস ফলপ্ৰসূ হ’ব আৰু আপুনিও হনুমানৰ ভাল আশীৰ্বাদ পাব।

বি: দ্ৰ: ইয়াত দিয়া তথ্যসমূহ কেৱল বিশ্বাস আৰু তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। ইয়াক কাৰ্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ পৰামৰ্শ লওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ বাবে গৈ সন্ধানহীন মৰাণৰ যুৱক
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
ডিচেম্বৰ-জানুৱাৰীত এলিভেটেড কৰিডৰৰ আধাৰশিলাৰ সম্ভাৱনা , কাজিৰঙাত মুখ্যমন্ত্ৰীৰ ঘোষণা
সোৱণশিৰিৰ বান্ধৰ নামনিত সুৰক্ষাৰ নামত বৃহৎ কেলেংকাৰি, খহনীয়া প্ৰতিৰোধৰ নামত আবণ্টিত বিশাল ধনৰ অপচয়
মানকাচৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী জিয়াদুল মিঞা
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
দীপাৱলীৰ অচিলা লৈ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ পৰিছে জুৱাৰী চক্ৰ; জালত পৰিল ৪
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰঙীন কেছেটৰ কভাৰেৰে ব্যতিক্ৰমী শ্যামা পূজা
দীপাৱলীত ভয়াৱহ প্ৰদূষণৰ কবলত দিল্লী, এ কিউ আই ৪০০ৰো অধিক
'জুবিন ক্ষেত্ৰ'ত বিচাৰি পাব লাগিব প্ৰাণৰ শিল্পীৰ আত্মাক , প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা সমিতিৰ বৈঠকত কি ক'লে পত্নী গৰিমাই
ছিংগাপুৰলৈ ৰাওনা হোৱা SITৰ দলে চেষ্টা কৰিব জুবিন গাৰ্গ থকা পেন-পেচিফিক হোটেলৰ চি চি টিভি ফুটেজ সংগ্ৰহৰ
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
মানকাচৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী জিয়াদুল মিঞা
সোৱণশিৰিৰ বান্ধৰ নামনিত সুৰক্ষাৰ নামত বৃহৎ কেলেংকাৰি, খহনীয়া প্ৰতিৰোধৰ নামত আবণ্টিত বিশাল ধনৰ অপচয়