--°C
Loading...
Listen to Article
2 min read
80%
০৪ ফেব্ৰুৱাৰী,২০২২, শুকুৰবাৰ মেষ ৰাশি: কৰ্মত সফল হʼব৷ জীৱনৰ বাধা-বিঘিনি আঁতৰ হʼব৷ প্ৰেমে আনন্দিত কৰিব৷ প্ৰশংসা লাভ। বৃষ ৰাশি: ভাল বন্ধুৰ সংগ লাভ৷ নতুন যোগাযোগ হʼব৷ সকলো অশান্তিৰ কাৰণ দূৰ হʼব৷ মৰম পাব। মিথুন ৰাশি: সকলোৰে লগত মিলি-জুলি চলক। কামত ধৈৰ্য ধৰক৷ আৰ্থিক ব্যয় হোৱাৰ সম্ভাৱনা৷ ঘৰলৈ আলহী আহিব। কৰ্কট ৰাশি: বেলেগৰ কথাত সময় নষ্ট নকৰিব। স্বাস্থ্যত মনোযোগ দিয়ক। বাহিৰৰ বস্তু নাখাব। ঘৰুৱা শান্তি বৃদ্ধি। সিংহ ৰাশি: খং-ৰাগ নকৰিব। পৰচৰ্চা নকৰিব, বিপদত পৰিব পাৰে৷ সকলোৰে লগত ভাল সম্পৰ্ক বজাই ৰাখক। কন্যা ৰাশি: কৰ্মজীৱনত আনন্দ৷ মনৰ মিল থকা মানুহৰ সৈতে সংযোগ। প্ৰেমত শুভ৷ মানসিক আৰু শাৰীৰিক চিন্তা আঁতৰ হʼব। তুলা ৰাশি: শুভ দিন৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব৷ ব্যক্তিগত জীৱন সুখৰ হ’ব৷ প্ৰেমিক-প্ৰেমিকাৰ শুভ। বৃশ্চিক ৰাশি: কঠোৰ পৰিশ্ৰম কৰক৷ মনৰ পচন্দৰ খাদ্য কোনোবাই আজি ৰান্ধি খুৱাব৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ ধনু ৰাশি: অধিক পৰিশ্ৰমে ভাগৰুৱা কৰিব৷ মনৰ অশান্তি দূৰ হʼব৷ প্ৰেমত শুভ৷ মনক নিয়ন্ত্ৰণ কৰক। মকৰ ৰাশি: নিজৰ ওপৰত বিশ্বাস ৰাখক৷ কাৰোবাৰ কথাত ভীষণ খং উঠিব, ধৈৰ্য ৰাখক৷ আপোনাক লৈ আনে গৌৰৱ কৰিব৷ কুম্ভ ৰাশি: নানা কামৰ মাজতো মনত আনন্দ থাকিব৷ বিবাহৰ উপযোগ্যসকলৰ ভাল খবৰ অহাৰ সম্ভাৱনা৷ ঘৰৰ মানুহৰ মাজত আনন্দ বৃদ্ধি৷ মীন ৰাশি: আৱেগিক চিন্তা পৰিহাৰ কৰক৷ পৰিয়ালত শান্তি বজাই ৰাখিবলৈ যত্ন কৰক৷ খং-ৰাগ কাকো নকৰিব৷ কিবা এটা কাম কৰাৰ আগতে আনৰ পৰা পৰামৰ্শ লৈহে আগবাঢ়ক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ