--°C
Loading...
Listen to Article
2 min read
80%
২০ ফেব্ৰুৱাৰী ২০২৩, সোমবাৰ

মেষ- শিক্ষাৰ্থীৰ বাবে বহুতো সুযোগ আহিব । সঠিক সময়লৈ অপেক্ষা কৰক। সুযোগৰ সদ্ব্যৱহাৰ কৰক। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ১।

বৃষ- কামত মন নবহিব, আগ্ৰহ হেৰুৱাই পেলাব, সেয়ে মগজু শীতল কৰি ৰাখক। প্ৰেমত সাৱধান হ’ব। শুভ ৰং ৰঙা , শুভ সংখ্যা ৮।

মিথুন- সকলো দিশৰ পৰা সফলতা আহিব। স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে। প্ৰেমাস্পদক লৈ কৰবাত ফুৰিব যাব পাৰে । শুভ ৰং আকাশী ,শুভ সংখ্যা ৬।

কৰ্কট- কৰ্মক্ষেত্ৰত বহু সময় দিবলগীয়া হ’লেও পাৰিবাৰিক সময় সুন্দৰভাৱে কটাব পাৰিব।আবেগৰ বশৱৰ্তী হৈ সিদ্ধান্ত নল’ব । শুভ ৰং বগা , শুভ সংখ্যা ২।

সিংহ- মানসিকভাৱে অশান্ত থাকিলেও কামত অৱহেলা নকৰিব। অবাবত সময় অপচয় নকৰিব। যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত ভালদৰে ভাবি চাব। শুভ ৰং সোণালী ,শুভ সংখ্যা ৪।

কন্যা – পাৰিবাৰিক অশান্তিৰ সম্ভাৱনা আছে, আনৰ সৈতে ভাল ব্যৱহাৰ কৰক।ক্ষমতাৰ অপব্যৱহাৰ নকৰিব। প্ৰেমৰ সম্পৰ্কই বিয়াৰ পৰ্যায় পাবগৈ পাৰে। শুভ ৰং নীলা শুভ সংখ্যা ৭।

তুলা- নিজৰ দোষ বেলেগৰ ওপৰত জাপিদিবলৈ চেষ্টা নকৰিব। ব্যক্তিগত সম্পৰ্কত মাধুৰ্যতা বাঢ়িব। এটা সুন্দৰ দিন পাৰ হ’ব। শুভ ৰং বাদামী, শুভ সংখ্যা ৩।

বৃশ্চিক- সকলো দিশৰ পৰা সফলতা আহিব। আত্মবিশ্বাসৰ সৈতে কাম কৰক।অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা আছে। শত্ৰুক সহজতে পৰাজিত কৰিব পাৰিব। শুভ ৰং মেৰুণ,শুভ সংখ্যা ৫।

ধনু- সামান্য চেষ্টাতে কৰ্মসিদ্ধি হ’ব। কৰ্মক্ষেত্ৰত সুনাম বাঢ়িব। খং কমাব। প্ৰেমৰ সম্বন্ধ শক্তিশালী হ’ব। দূৰ ভ্ৰমণৰ সম্ভাৱনা আছে। শুভ ৰং ৰূপালী, শুভ সংখ্যা ৯।

মকৰ-ডাঙৰ কোনো আৰ্থিক বিনিয়োগ নকৰিব। বিবাহ-প্ৰস্তাৱৰ বাবে উত্তম সময়। টকা আৰু কৰ্মক্ষেত্ৰত অতি আত্মবিশ্বাসী মনোভাৱ থাকিব। শুভ ৰং হালধীয়া , শুভ সংখ্যা ৭।

কুম্ভ- কোনো কামৰ আৰম্ভণিৰ বাবে দিনটো শুভ। নিজৰ মতামত শ্বেয়াৰ কৰিলে আজি প্ৰশংসা পাব পাৰে। কামৰ ক্ষেত্ৰত সুন্দৰ সুযোগ আহিব পাৰে। শুভ ৰং গাঢ় নীলা, শুভ সংখ্যা ৮।

মীন- কৰ্মক্ষেত্ৰত মাৰাত্মক ভুল বুজাবুজিৰ সম্ভাৱনা আছে। সংগীৰ সৈতে দিনটো সুন্দৰভাৱে পাৰ হ’ব । আজি গাড়ীৰ পৰা সাৱধান হ’ব । শুভ ৰং আকাশী , শুভ সংখ্যা ২।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ