--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি পবিত্ৰ বৰদিন৷ প্ৰতি বছৰেই যীশুৰ জন্মদিন ২৫ ডিচেম্বৰটো খ্ৰীষ্টান ধৰ্মৰ লোকসকলে খ্ৰীষ্টমাছ বা বৰদিন হিচাপে পালন কৰে৷ বৰদিন বা খ্ৰীষ্টমাছ উপলক্ষে খ্ৰীষ্টান ধৰ্মৰ লোক সকলে গীৰ্জাত যীশুক স্মৰণ কেৰল গোৱা দেখিবলৈ পোৱা যায় ৷ বৰদিন মানেই যেন সকলোৰে বাবে এক আনন্দৰ উৎসৱ ৷

মানুহৰ মাজত সুখ, হাঁহি, মৰম ভালপোৱা বিলোৱা উৎসৱ বৰদিন৷ খ্ৰীষ্টমাছ বুলি ক’লেই সাধাৰণতে আমাৰ সকলোৰে মনলৈ আহে খ্ৰীষ্টমাছ ট্ৰি আৰু পোহৰেৰে ঘৰ সজাই তোলা, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে ধৰ্মীয় ৰীতি-নীতি পালন কৰা আৰু ভিন্ন সুস্বাদু খাদ্যৰ অপূৰ্ব সমাহাৰ৷ যদিও বৰদিন অৰ্থাৎ খ্ৰীষ্টমাছ খ্ৰীষ্টান ধৰ্মৰ লোক সকলৰ এক ধৰ্মীয় উৎসৱ, তাৰ পৰিৱৰ্তে দেখা যায় যে বিশ্বৰ প্ৰায় সকলো জাতি, ধৰ্ম, বৰ্ণ আৰু ভাষা নিৰ্বিশেষে খ্ৰীষ্টমাছ পালন কৰে৷


কিন্তু সময় আমাৰ বাবে খুবেই জটিল৷ ক’ৰোনা মহামাৰীৰ বাবে স্তদ্ধ হৈ পৰা বিশ্ববাসীলৈ সাধাৰণ জীৱন ঘুৰি আহিছিল যদিও আকৌ বিশ্বখনক যেন এক অনিশ্চিত ভৱিষ্যতৰ দিশলৈ লৈ গ’ল কাল অ’মিক্ৰনে৷ ইখনৰ পাছত সিখন দেশলৈ বিয়পি পৰিছে অমিক্ৰন সন্ত্ৰাস৷ সেয়েহে সকলো লোকে সাৱধানতাৰে এই উৎসৱ পালৱ কৰিবলৈ আহ্বান জনাইছে সকলোৱে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ