--°C
Loading...
Listen to Article
2 min read
80%
১১ এপ্ৰিল ২০২৩, মঙলবাৰ


মেষ : যদি আপুনি কিবা নতুন আৰম্ভ কৰিবলৈ চেষ্টা কৰে, এইটো এটা ভাল দিন। আপুনি ঘৰত এটা শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব লাগিব। শুভ সংখ্যা ৩।

বৃষ : কামৰ মৌলিক দিশবোৰৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত। এনেদৰেই জীৱন উন্নত হ’ব। নিৰ্দিষ্ট বিষয়ত সিদ্ধান্ত লোৱা কিছু সময়ৰ বাবে পিছুৱাই দিয়া হ’ব পাৰে। শুভ সংখ্যা ৮।

মিথুন : যদি আপুনি কাৰোবাৰ সৈতে অংশীদাৰিত্বৰ বিষয়ে চিন্তা কৰি আছে, ই তেওঁলোকৰ বাবে এক আদৰ্শ সময়। অপ্ৰয়োজনীয়ভাৱে অত্যাধিক চাপ নোলোৱাই ভাল। শুভ সংখ্যা ১।

কর্কট : ৰাজনৈতিক আৰু সমাজকর্মী সকলৰ বাবে শুভ। কর্মত মধ্যম। প্রেমত শুভ ৰং পাতল সেউজীয়া। শুভ সংখ্যা ৩।

সিংহ : অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সংকট মুক্ত হ’ব। ভবাতকৈ অধিক ধন আগমন হ’ব। আর্থিকত ভাল। বগা কাপোৰ পিন্ধিব। শুভ সংখ্যা ৩।

কন্যা : সম্পৰ্কৰ দূৰত্ব বৃদ্ধি হ’ব পাৰে। আপোনাৰ প্ৰয়োজনীয় সম্পৰ্কবোৰ আন কাকো নিদিয়াই ভাল। শুভ সংখ্যা ৫।

তুলা : নেতৃত্বৰ গুণাগুণ বৃদ্ধি পাইছে আৰু ইয়াৰ বাবে অতি সোনকালে অভিনন্দন জনোৱা হ’ব। ঘৰৰ পৰা অহা ভাল খবৰে মনক উৎসাহিত কৰিব। শুভ সংখ্যা ১।

বৃশ্চিক : বিত্তীয় লাভ অব্যাহত থাকিব। এটা নতুন সম্পত্তি সোনকালেই ক্ৰয় কৰা হ’ব পাৰে। শুভ সংখ্যা ৯।

ধনু : মান সীমিত সময়ত আপুনি আপোনাৰ মানসিক সামৰ্থ্য আৰু ক্ষীপ্ৰতাৰে যি প্ৰভাৱ পেলাইছে সেয়া প্ৰশংসাৰ যোগ্য। শুভ সংখ্যা ১।

মকৰ : অতি ওচৰৰ কোনোবাই বিশ্বাস ভাগ বতৰা কৰি আছে। তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা ভাল। শুভ সংখ্যা ৪।

কুম্ভ : শৰীৰৰ প্রতি যত্ন লোৱা দৰকাৰ। যোগ্য স্থান প্রাপ্তিৰ যোগ। শুভ ৰং ক’লা। শুভ সংখ্যা ৯।

মীন : হেৰুওৱা সম্পত্তি পুনৰ লাভ কৰিব পাৰে। বিদ্যাত শুভ। শৰীৰ সম্পর্কে উদাস নহ’ব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ২।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস