--°C
Loading...
Listen to Article
2 min read
80%


২৫/০৬/২৪, মঙলবাৰ
 

মেষ- কামৰ বাবে বহুতো সুযোগ আহিব । যিকোনো কথাতে সঠিক সময়লৈ অপেক্ষা কৰক। সুযোগৰ সদ্ব্যৱহাৰ কৰক। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ১।

বৃষ- কামত মন নবহিব, আগ্ৰহ হেৰুৱাই পেলাব, সেয়ে মগজু শীতল কৰি ৰাখক। প্ৰেমত সাৱধান হ’ব। শুভ ৰং ৰঙা , শুভ সংখ্যা ৮।

মিথুন- সকলো দিশৰ পৰা সফলতা আহিব। স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে। প্ৰেমাস্পদক লৈ কৰবাত ফুৰিব যাব পাৰে । শুভ ৰং আকাশী ,শুভ সংখ্যা ৬।

কৰ্কট- কৰ্মক্ষেত্ৰত বহু সময় দিবলগীয়া হ’লেও পাৰিবাৰিক সময় সুন্দৰভাৱে কটাব পাৰিব।আবেগৰ বশৱৰ্তী হৈ সিদ্ধান্ত নল’ব । শুভ ৰং বগা , শুভ সংখ্যা ২।

সিংহ- মানসিকভাৱে অশান্ত থাকিলেও কামত অৱহেলা নকৰিব। অবাবত সময় অপচয় নকৰিব। যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত ভালদৰে ভাবি চাব। শুভ ৰং সোণালী ,শুভ সংখ্যা ৪।

কন্যা – পাৰিবাৰিক অশান্তিৰ সম্ভাৱনা আছে, আনৰ সৈতে ভাল ব্যৱহাৰ কৰক।ক্ষমতাৰ অপব্যৱহাৰ নকৰিব। প্ৰেমৰ সম্পৰ্কই বিয়াৰ পৰ্যায় পাবগৈ পাৰে। শুভ ৰং নীলা শুভ সংখ্যা ৭।

তুলা- নিজৰ দোষ বেলেগৰ ওপৰত জাপি দিবলৈ চেষ্টা নকৰিব। ব্যক্তিগত সম্পৰ্কত মাধুৰ্যতা বাঢ়িব। এটা সুন্দৰ দিন পাৰ হ’ব। শুভ ৰং বাদামী, শুভ সংখ্যা ৩।

বৃশ্চিক- সকলো দিশৰ পৰা সফলতা আহিব। আত্মবিশ্বাসৰ সৈতে কাম কৰক।অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা আছে। শত্ৰুক সহজতে পৰাজিত কৰিব পাৰিব। শুভ ৰং মেৰুণ,শুভ সংখ্যা ৫।

ধনু- সামান্য চেষ্টাতে কৰ্মসিদ্ধি হ’ব। কৰ্মক্ষেত্ৰত সুনাম বাঢ়িব। খং কমাব। প্ৰেমৰ সম্বন্ধ শক্তিশালী হ’ব। দূৰ ভ্ৰমণৰ সম্ভাৱনা আছে। শুভ ৰং ৰূপালী, শুভ সংখ্যা ৯।

মকৰ-ডাঙৰ কোনো আৰ্থিক বিনিয়োগ নকৰিব। বিবাহ-প্ৰস্তাৱৰ বাবে উত্তম সময়। টকা আৰু কৰ্মক্ষেত্ৰত অতি আত্মবিশ্বাসী মনোভাৱ থাকিব। শুভ ৰং হালধীয়া , শুভ সংখ্যা ৭।

কুম্ভ- কোনো কামৰ আৰম্ভণিৰ বাবে দিনটো শুভ। নিজৰ মতামত শ্বেয়াৰ কৰিলে আজি প্ৰশংসা পাব পাৰে। কামৰ ক্ষেত্ৰত সুন্দৰ সুযোগ আহিব পাৰে। শুভ ৰং গাঢ় নীলা, শুভ সংখ্যা ৮।

মীন- কৰ্মক্ষেত্ৰত মাৰাত্মক ভুল বুজাবুজিৰ সম্ভাৱনা আছে। সংগীৰ সৈতে দিনটো সুন্দৰভাৱে পাৰ হ’ব । আজি গাড়ীৰ পৰা সাৱধান হ’ব । শুভ ৰং আকাশী , শুভ সংখ্যা ২।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ