--°C
Loading...
Listen to Article
2 min read
80%


২৮ জানুৱাৰী,শনিবাৰ, ২০২২

মেষ ৰাশি – দিনটো মধ্যমীয়া, কোনোৱে প্ৰতাৰণা কৰিব পাৰে। কিন্তু কৰ্মক্ষেত্ৰত সফল হ'ব। আৰ্থিক দিশতো ভাল দেখা যায়। শিক্ষার্থীসকলৰ বাবে কোনো ভাল সংবাদ আহিব।

বৃষৰাশি – সামাজিক কামৰ পৰা সন্তুষ্টি লাভ কৰিব। সন্মান বৃদ্ধি হ’ব। অমীমাংসিত কামবোৰ সম্পূৰ্ণ কৰিবলৈ অসাৱধান নহ’ব। নিযুক্তি প্ৰাপ্ত লোকৰ দৰমহা বৃদ্ধি হ’ব পাৰে।

মিথুনৰাশি – আজিৰ দিনটো এক সুখময় দিন হব। ভাল কামৰ বাবে সন্মানিত হব। সৎ বন্ধুৰ পৰা সহায় পাব। ভ্ৰমণৰ সম্ভাৱনা আছে।

কৰ্কটৰাশি – নতুন ব্যৱসায়ৰ বাবে ডাঙৰ পৰিকল্পনা কৰিব পাৰে। দিনটো শুভ। শিক্ষার্থী সকলে কিছুমান নতুন কৌশল আয়ত্ব কৰাৰ সুবিধা পাব। ঘৰত বিয়া ওলোৱাৰ যোগ।

সিংহ ৰাশি – এক ডাঙৰ সমস্যাৰ সমাধান হব। সম্পত্তিৰ মীমাংসা হব। ক্ৰোধৰ অধীন নহবলৈ চেষ্টা কৰিব, কাৰোবাৰ সৈতে মনোমালিন্য হোৱাৰ সম্ভাৱনা।

কন্যা ৰাশি-  দিনটো বৰ এটা ভাল নহয়। যাত্ৰা পৰিহাৰ কৰক। কোনো ভাল কাম হাতত নোলোৱাই শ্ৰেয়। উপাৰ্জনৰ দিশ শক্তিশালী, সঞ্চয় ভাল হ'ব।

তুলা ৰাশি – কথাৰ মধুৰতাই প্ৰেমৰ সম্পৰ্ক গাঢ় কৰিব। শিক্ষাৰ্থী সকলৰ বাবে দিনটো ভাল। সাহিত্য আৰু কলাক্ষেত্ৰৰ সৈতে জড়িত সকলে ভাল সুযোগ পোৱাৰ যোগ।

বৃশ্চিক ৰাশি –  পাৰিবাৰিক কামবোৰ সম্পূৰ্ণ কৰিবলৈ দ্বিধা নকৰিব। কাৰ্যালয়ত দক্ষতা প্ৰৱৰ্তন কৰিব। ব্যৱসায়ৰ অস্থিৰতা নাইকিয়া হ’ব। আনৰ সমস্যাত নিজকে জড়িত নকৰিব।

ধনু ৰাশি –  যাত্ৰাৰ সম্ভাৱনা। খৰছ বৃদ্ধি পাব পাৰে। নিজকে সংগঠিত আৰু শৃংখলাবদ্ধ কৰি ৰাখিব। উচ্চ পদস্থ বিষয়াসকলৰ সৈতে অযথা তৰ্ক নকৰিব।

মকৰ ৰাশি-  আজিৰ দিনটো এক আনন্দদায়ক দিন হিচাপে প্ৰমাণিত হ’ব। কোনো বিশেষজনৰ পৰা উপহাৰ পাব। বিবাহিত জীৱনত প্ৰেম বৃদ্ধি হ’ব। ভ্ৰমণৰ যোগ।

কুম্ভৰাশি – মনৰ কথা খুলি কবলৈ শিকক, অন্যথা আজি মানসিক কষ্টত ভুগিব পাৰে। দূৰ যাত্ৰাৰ সম্ভাৱনা। প্ৰিয় বন্ধুৰ সংগ লাভ কৰিব। খৰছ কিছু বৃদ্ধি পাব।

মীন ৰাশি – ব্যৱসায়-সম্পৰ্কীয় লেনদেনত অনিয়মৰ বাবে সমস্যা হ’ব পাৰে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ বিষয়ে অসাৱধান হ’ব। পাৰিবাৰিক দিশত মধ্যমীয়া। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ