--°C
Loading...
Listen to Article
2 min read
80%
৬ মে ২০২৩, শনিবাৰ

মেষ – বেলেগৰ কামত অত্যাধিক জড়িত হোৱাৰ সলনি নিজৰ কামত গুৰুত্ব দিয়ক। ব্যৱসায়ীসকলৰ বাবে শুভ। শুভ সংখ্যা ২, হালধীয়া।

বৃষ- দিনটোত আৰ্থিক স্থিতি সবল হ’ব। খং কমাব। অন্যথা কোনো লোকচানৰ সন্মুখীন হ’ব। শুভ সংখ্যা ৫ , শুভ ৰং নীলা।

মিথুন – দিনটো কোনো সন্মানীয় ব্যক্তিৰ সৈতে পাৰ হ’ব| কোনো মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰিব| স্বাস্থ্য ঠিকে নাযাব| শুভ সংখ্যা ৩ , শুভ ৰং কমলা|

কৰ্কট – কোনো কামৰ সমাধান লাভ কৰিব। কৰ্মস্থানত ব্যস্ততা বাঢ়িব। পতি-পত্নীৰ মাজত সমন্বয় বজাই ৰাখিব। শুভ সংখ্যা ৬ , শুভ ৰং গুলপীয়া |

সিংহ – কৰ্মস্থানত ব্যস্ততা বাঢ়িব| ঘৰৰ মানুহৰ লগত মনোমালিন্য হ’ব| ব্যৱসায়ত চিন্তা বাঢ়িব| শুভ সংখ্যা ৯ , শুভ ৰং ৰঙা|

কন্যা – এলাহক নিজৰ ওপৰত জয়ী হ’বলৈ নিদিব| কাৰোবাৰ লগত কথা কওতে সাৱধানে ক’ব| প্ৰেমত মধুৰ| শুভ সংখ্যা ৮, শুভ ৰং সেউজীয়া |

তুলা – কোনো কামৰ বাবে অধিক চিন্তা নকৰিব| ভ্ৰমণৰ সম্ভাৱনা আছে| স্বাস্থ্য ভালে যাব| শুভ সংখ্যা ৭, শুভ ৰং আকাশী|

বৃশ্চিক – স্বাস্থ্যক লৈ চিন্তিত হ’ব| হাতত থকা পইচা অধিক মাত্ৰাত খৰচ হ’ব| শিক্ষাৰ্থীসকলে সফলতা পাব| শুভ সংখ্যা ১, শুভ ৰং বাদামী|

ধনু – আজি পৰিস্থিতি ভাল হ’ব। কিছু সময়ৰ বাবে মনত চলি থকা যিকোনো যুদ্ধ সমাপ্ত হ’ব। ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা| শুভ সংখ্যা ৮ , শুভ ৰং ৰূপালী |

মকৰ – যদি আপুনি কৰবাত মূলধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে ইয়াক তৎক্ষণাৎ কাৰ্যকৰী কৰক। অযথা খৰচ নকৰিব| শুভ সংখ্যা ২ ,শুভ ৰং বগা |

কুম্ভ – খৰচ নিয়ন্ত্ৰণ কৰিব| আনৰ বাবে আজি আপুনি কষ্ট পাব| স্বাস্থ্যৰ প্ৰতি সাৱধান হ’ব| কফজনিত ৰোগে দেখা দিব পাৰে| শুভ সংখ্যা ৬ , শুভ ৰং গাঢ় নীলা|

মীন – কোনো আত্মীয়ৰ সৈতে চলি থকা ভুল বুজাবুজি আঁতৰ হ’ব| আত্মবিশ্বাস ৰাখিব| শুভ সংখ্যা ৩, শুভ ৰং মেৰুণ|









FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ