--°C
Loading...
Listen to Article
2 min read
80%
১০ এপ্ৰিল ২০২৩, সোমবাৰ


মেষঃ মেষ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ কিছু অশান্তি থাকিব। মনত চিন্তা, হতাশাৰ যোগ। প্রেম-প্রীতি, ঘৰুৱা দিশত শুভ। ৰাজনীতিক, সমাজসেৱীৰ লাভৰ যোগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো মিশ্রিত কাৰক হ’ব।

বৃষঃ বৃষ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ উন্নতিৰ যোগ যদিও চঞ্চলতা বৃদ্ধি পাব। মন ভাগৰুৱা হ’ব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিক সামান্য লাভৰ যোগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ কাৰক হ’ব।

মিথুন: মিথুন ৰাশিৰ আজিৰ দিনটো শৰীৰৰ উন্নতি কাৰক যদিও দুপৰীয়াৰপৰা দুৰ্বলতাৰ যোগ। মানসিক দিশত নিৰাশ হ’ব পাৰে। আর্থিক,কৰ্ম আৰু বাণিজ্যত লাভ কিছু কমকৈ পাব। দিনটো শুভ।

কৰ্কটঃ কৰ্কট ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অশান্তিৰ যোগ। মনৰ সাহস অক্ষুন্ন থাকিব। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ মানসিক অশান্তি কাৰক। প্রেম-পাৰিবাৰিকত অশুভ কাৰক। দিনটো মধ্যমীয়া যাব।

সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক দিশত শুভ কাৰক হ’ব। মনৰ অশান্তি থাকিব পাৰে। পৰিয়ালত অশান্তিৰ যোগ। কর্ম, বাণিজ্য আৰু আর্থিক অলপ উন্নতি কাৰক। প্ৰেমত হতাশাৰ যোগ। সমাজসেৱা, ৰাজনীতি আৰু সংবাদসেৱাত যুক্তসকলৰ কিছু অশান্তি থাকিব।

কন্যাঃ কন্যা ৰাশিৰ আজিৰ দিনটো শাৰীৰিক আৰু মানসিক দিশত অশান্তি কমিব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিক দিশত অলপ শুভ কাৰক। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো কিছু অশুভ।

তুলা: তুলা ৰাশিৰ আজিৰ দিনটোত শৰীৰৰ সুস্থতাৰ যােগ। কোনোকাৰণত মানসিক অশান্তি হব পাৰো পাৰিবাৰিক আৰু প্রেম-প্রীতিত শুভ কাৰক। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতিহব। শিক্ষার্থীৰ শুভ।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ দিনটো শৰীৰৰ বাবে শুভ কাৰক, ৰোগৰ উপশম হোৱাৰ যোগ। মনৰ কিছু অশান্তি হ’ব পাৰে। সাহিত্যিক, শিল্পীৰ শুভ সংযোগ কাৰক হ’ব। প্রেম আৰু পাৰিবাৰিক দিশত অলপ অশান্তি হ’ব। দিনটো অশুভ।

ধনুঃ ধনু ৰাশিৰ আজিৰ দিনটো শৰীৰৰ শুভ যদিও মনৰ বিভিন্ন অশান্তি আৰু দুশ্চিন্তা থাকিব। প্ৰেম আৰু পাৰিবাৰিকত শুভ।আর্থিক, বাণিজ্য আৰু কৰ্মত বাধাৰ মাজতো লাভৰ যোগ।বিদ্যার্থী, শিল্পী, সাহিত্যিকৰ অস্থিৰতা সত্ত্বেও নতুন উন্নত যোগাযোগ হ’ব।

মকৰঃ মকৰ ৰাশিৰ আজি শাৰীৰিক ৰোগ-ৰিষ্টৰ কাৰক যদিও শুভ হ’ব। মনৰ অশান্তি থাকিব। প্ৰেম আৰু পাৰিবাৰিকত যথেষ্ট অশান্তি হ’ব পাৰে। শিক্ষার্থী, শিল্পী, সাহিত্যিকৰ অস্বস্তি মাজতত আশাৰ যোগ।

কুম্ভঃ কুম্ভ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক কিছু শুভ কাৰক। কোনােকথাত মনৰ অশান্তি বৃদ্ধি হব পাৰে। শিক্ষার্থী, শিল্পীৰ মনত অশান্তি থাকিলেও কিছু সুফল লাভৰ যোগ।

মীন: মীন ৰাশিৰ আজিৰ দিনটো শাৰীৰিক, মানসিক শুভকাৰক যদিও হতাশা আহিব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কষ্টৰ যোগ লাভ হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক হ’ব।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস