--°C
Loading...
Listen to Article
2 min read
80%
মেষ ৰাশি – কেৰিয়াৰ, আৰ্থিক লগতে পাৰিবাৰিক জীৱনত আশানুৰূপ ফল লাভৰ যোগ। বিবাহিত সকলৰ বাবে দিনটো সুখৰ। কিন্তু প্ৰেমৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিয়াৰ সম্ভাৱনা।

বৃষ ৰাশি – মনৰ কথা খুলি ক'বলৈ শিকক, অন্যথা আজি মানসিক কষ্টত ভুগিব পাৰে। দূৰ যাত্ৰাৰ সম্ভাৱনা। প্ৰিয় বন্ধুৰ সংগ লাভ কৰিব। খৰছ কিছু বৃদ্ধি পাব। 

মিথুন ৰাশি – আজিৰ দিনটো এক আনন্দদায়ক দিন হিচাপে প্ৰমাণিত হ’ব। কোনো বিশেষজনৰ পৰা উপহাৰ পাব। বিবাহিত জীৱনত প্ৰেম বৃদ্ধি হ’ব। ভ্ৰমণৰ যোগ। 

কৰ্কট ৰাশি – কথাৰ মধুৰতাই প্ৰেমৰ সম্পৰ্ক গাঢ় কৰিব। শিক্ষাৰ্থী সকলৰ বাবে দিনটো ভাল। সাহিত্য আৰু কলাক্ষেত্ৰৰ সৈতে জড়িত সকলে ভাল সুযোগ পোৱাৰ যোগ।

সিংহ ৰাশি – এক ডাঙৰ সমস্যাৰ সমাধান হ'ব। সম্পত্তিৰ মীমাংসা হ'ব। ক্ৰোধৰ অধীন নহ'বলৈ চেষ্টা কৰিব, কাৰোবাৰ সৈতে মনোমালিন্য হোৱাৰ সম্ভাৱনা।

কন্যা ৰাশি-  দিনটো বৰ এটা ভাল নহয়। যাত্ৰা পৰিহাৰ কৰক। কোনো ভাল কাম হাতত নোলোৱাই শ্ৰেয়। উপাৰ্জনৰ দিশ শক্তিশালী, সঞ্চয় ভাল হ'ব।

তুলা ৰাশি –নতুন ব্যৱসায়ৰ বাবে ডাঙৰ পৰিকল্পনা কৰিব পাৰে। দিনটো শুভ। শিক্ষার্থী সকলে কিছুমান নতুন কৌশল আয়ত্ব কৰাৰ সুবিধা পাব। ঘৰত বিয়া ওলোৱাৰ যোগ।

 বৃশ্চিক ৰাশি –  পাৰিবাৰিক কামবোৰ সম্পূৰ্ণ কৰিবলৈ দ্বিধা নকৰিব। কাৰ্যালয়ত দক্ষতা প্ৰৱৰ্তন কৰিব। ব্যৱসায়ৰ অস্থিৰতা নাইকিয়া হ’ব। আনৰ সমস্যাত নিজকে জড়িত নকৰিব।

ধনু ৰাশি –  যাত্ৰাৰ সম্ভাৱনা। খৰছ বৃদ্ধি পাব পাৰে। নিজকে সংগঠিত আৰু শৃংখলাবদ্ধ কৰি ৰাখিব। উচ্চ পদস্থ বিষয়াসকলৰ সৈতে অযথা তৰ্ক নকৰিব।

মকৰ ৰাশি-  আজিৰ দিনটো এক সুখময় দিন হ'ব। ভাল কামৰ বাবে সন্মানিত হ'ব। সৎ বন্ধুৰ পৰা সহায় পাব। ভ্ৰমণৰ সম্ভাৱনা আছে। প্ৰেমত শান্তি।

কুম্ভৰাশি – সামাজিক কামৰ পৰা সন্তুষ্টি লাভ কৰিব। সন্মান বৃদ্ধি হ’ব। অমীমাংসিত কামবোৰ সম্পূৰ্ণ কৰিবলৈ অসাৱধান নহ’ব। নিযুক্তিপ্ৰাপ্ত লোকৰ দৰমহা বৃদ্ধি হ’ব পাৰে।


মীন ৰাশি – দিনটো মধ্যমীয়া, কোনোৱে প্ৰতাৰণা কৰিব পাৰে। কিন্তু কৰ্মক্ষেত্ৰত সফল হ'ব। আৰ্থিক দিশতো ভাল দেখা যায়। শিক্ষার্থীসকলৰ বাবে কোনো ভাল সংবাদ আহিব।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস