--°C
Loading...
Listen to Article
2 min read
80%
১৪ জুলাই ২০২৩, শুকুৰবাৰ

মেষ ৰাশিঃ আপোনাৰ শাৰীৰিক আৱস্থা ভাল কৰিবৰ বাবে সুষম আহাৰ গ্ৰহণ কৰক। ধন আপোনাৰ বাবে আৱশ্যকীয় কিন্ত পইচাৰ মোহত নিজৰ মানুহ বোৰৰ লগত সম্পৰ্ক তিক্ত কৰি নেপেলাব। আপোনাক সুখী ৰাখিবৰ বাবে আপোনাৰ সন্তান যিকোনো কাম কৰিব পাৰে। আপুনি চিন্তা কৰাৰ কোনো আৱশ্যক নাই,আপোনাৰ মনত জমা হোৱা সকলো দুখ আজি বৰফৰ দৰে গলি যাব। 

বৃষ ৰাশিঃ জ্যেষ্ঠজনক অৱহেলা নকৰিব। বহুত দিনৰ পৰা অৱহেলিত সমস্যা এটা অতি সোনকালে সমাধান হব। ধনাত্মক চিন্তা কৰক আৰু কামবোৰ একাগ্ৰতাৰে কৰাৰ চেষ্টা কৰক। জীৱনসংগীৰ লগত আপুনি নিজৰ মনৰ সকলো কথা ভাগ বতৰা কৰিবৰ বাবে ভৰপুৰ সময় পাব।

মিথুন ৰাশিঃ আপোনাৰ শৈশৱৰ স্মৃতিয়ে আপোনাক আমনি কৰিব। আজি এই ৰাশিৰ চাকৰি বিচাৰি থকা কিছুমান লোকে চাকৰি পাব পাৰে আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে। আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। আলহী আহিব পাৰে ঘৰলৈ। 

কৰ্কট ৰাশিঃ এনেকুুৱা মানুহৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক যি আপোনাৰ ব্যক্তিত্ব আৰু প্ৰতিষ্ঠাত আঘাত দিব পাৰে। নিজক গুৰুত্ব দিবলৈ চেষ্টা কৰক। জীৱনৰ জটিলতা বুজিবলৈ আজি ঘৰ জ্যেষ্ঠজনৰ লগত সময় অতিবাহিত কৰিব পাৰে। আজি আপুনি নিজৰ জীৱনসংগীৰ লগত বহুত ধুনীয়া মুহুৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে।
 
সিংহ ৰাশিঃ আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক। আজি আপোনাৰ পাবলগীয়া ধনখিনি ঘুৰাই পাব। হঠাৎ অহা যিকোনো ভাল খবৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। আজি আপুনি ৰোমাণ্টিক যাত্ৰাত যাব পাৰে। নিজৰ গুণ আৰু দোষবোৰ ভালকৈ চালি-জাৰি চাওঁক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ধনাত্মক প্ৰভাৱ পৰিব।


কন্যা ৰাশিঃ আপোনাৰ মানসিক অশান্তি বহুত পৰিমাণে কমি যাব। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হব পাৰে। ঘৰত কিছুমান পৰিৱৰ্তন আনিবৰ বাবে বাকী সদস্যৰ মতামত লোৱাও জৰুৰী। হঠাৎ প্ৰাপ্ত হোৱা এক সুখদ সংবাদে আপোনাক মিঠা অনুভূতি প্ৰদান কৰিব। কাম বহুত বেছি হোৱা স্বত্তেও আজি কৰ্মক্ষেত্ৰত আপুনি প্ৰাণৱন্ত অনুভৱ কৰিব।

তুলা ৰাশিঃ ক্ষণিক খং, বিবাদ আপোনাৰ দূৰ্ভাৱনাৰ কাৰণ হব পাৰে। মাটি সংক্ৰান্তীয় কামত ধন খৰচ কৰিবলগীয়া হব পাৰে। পাৰিবাৰিক অথবা সাংসাৰিক দায়িত্ব আপোনাৰ বৃদ্ধি পাব ,যি আপোনাক মানসিকভাৱে হতাশ কৰি তুলিব পাৰে। আজি প্ৰেম সম্বন্ধত নিজৰ স্বাধীন বিবেকৰ ব্যৱহাৰ কৰক। অফিচত কৰা ভাল কামৰ বাবে আপোনাক আজি সকলোৱে প্ৰশংসা কৰিব। আজি আপুনি বেলেগক সহায় কৰিবৰ বাবে স্বেচ্ছাই আগবাঢ়ি যাব

বৃশ্চিক ৰাশিঃ বন্ধু আৰুু জীৱনসংগীয়ে আপোনাক সন্তুষ্টি আৰু সুখ দিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ ধন তথা সম্পত্তি বৃদ্ধি কৰিবৰ বাবে ক্ষমতা আৰু জ্ঞান দুয়োটাই থাকিব। আজি আপুনি নিজলৈ বহুত সময় পোৱাৰ সম্ভাৱনা আছে। বহুত দীঘলীয়া সময়ৰ অন্তত আপুনি আৰু আপোনাৰ জীৱনলগৰীয়ে এটা শান্ত দিন অতিবাহিত কৰিব পাৰিব।

ধনু ৰাশিঃ সুখী দিনৰ বাবে মানসিক অশান্তিৰ পৰা বাচি থাকক। কাৰোবাৰ লগত বন্ধুত্ব বহুত গভীৰ হোৱা বাবে প্ৰেমৰ পোহাৰ মেলিব পাৰে। আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। আজি আপুনি নিজৰ বৈবাহিক জীৱন অধিক সুখী কৰাৰ সকলো ধৰণৰ সুযোগ লাভ কৰিব।

মকৰ ৰাশিঃ আপোনাৰ সন্তানৰ উন্নতমানৰ প্ৰদৰ্শনে আপোনাক নথৈ আনন্দিত কৰিব। অংশীদাৰী ব্যৱসায় সমূহত বিনিয়োগ কৰাৰ পৰা দূৰত থাকক। ঘৰৰ কামে আজি আপোনাক বহুত ব্যস্ত ৰাখিব। আজি আপোনাৰ জীৱনত প্ৰেমৰ মিঠা অনুভৱ বিয়পি পৰিব। কোনো খবৰ নিদিয়াকৈ আপোনাৰ কোনোবা আত্মীয় বা আলহী আপোনাৰ ঘৰলৈ আহিব পাৰে। জীৱনসংগীৰ লগত এক সুন্দৰ দিন অতিবাহিত কৰিব।

কুম্ভ ৰাশিঃ ঘৰত সুখী পৰিৱেশে এটা আপোনাক আনন্দ দিব পাৰে আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। যাত্ৰা আৰু ভ্ৰমণে আপোনাক আনন্দ প্ৰদান কৰিব। আপোনাৰ জীৱন সংগীৰ লগত আজি এক স্মৰণীয় সন্ধিয়া অতিবাহিত কৰিব পাৰে। সন্তানে সুখী কৰিব। 

মীন ৰাশিঃ আপোনাৰ সন্তানৰ সৰল মনোভাৱে আজি আপোনাক সুখী কৰিব। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাতো সক্ষম হব। ঘৰখনক সজোৱাৰ লগতে ,লৰা-ছোৱালীৰো যতন লওক। আজি আপুনি প্ৰেমাস্পদৰ লগত সময় কটাব পাৰিব। যিকোনো কামত লোকৰ পৰা সহায়ৰ হাত পাব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ