--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰতিজন ব্যক্তিয়ে জীৱনত ধন, টকা-পইচাৰ লগতে সুখ-সমৃদ্ধিৰ কামনা কৰে। কিন্তু বহু সময়ত ভাগ্যৰ অভাৱত হওক বা অন্য কোনো কাৰণতে হওক এনেকুৱা হৈ নুঠে। সেয়েহে বাস্তুশাস্ত্ৰত কিছুমান কথাত বিশেষ গুৰুত্ব দিয়া হৈছে। যদি এই নিয়মবোৰ সঠিকভাৱে পালন কৰা হয়, তেন্তে টকা-পইচাৰ লগতে ঘৰত সুখ-সমৃদ্ধিও বৃদ্ধি হয়।

 এই নিয়মবোৰ মানি চলক-

১. বাস্তুৰ মতে নিয়মিতভাৱে ঘৰ চাফা কৰাৰ সময়ত পানীত সাগৰীয় নিমখ ব্যৱহাৰ কৰক। এই প্ৰতিকাৰে ঘৰত ঋণাত্মক শক্তিৰ নাশ কৰি ধনাত্মক শক্তিৰ সঞ্চাৰ কৰে। এই প্ৰতিকাৰৰ দ্বাৰা পৰিয়ালত চলি থকা সমস্যাবোৰো হ্ৰাস হয়। কিন্তু দেওবাৰ, মঙলবাৰ আৰু বৃহস্পতিবাৰে নিমখ দি মচিব নালাগে।

২. বাস্তুশাস্ত্ৰৰ মতে মালক্ষ্মী তাতহে বাস কৰে য’ত পৰিষ্কাৰ-পৰিচ্ছন্নতাত অধিক গুৰুত্ব দিয়া হয়। ইয়াৰ উপৰি নিশা শোৱাৰ আগতে ভৰি ধুইহে শুব লাগে। নিয়মিতভাৱে এই কাম কৰিলে শৰীৰৰ ক্লান্তিৰ লগতে উদ্বিগ্নতাও দূৰ হৈ ধনাত্মক শক্তিৰ সঞ্চাৰ ঘটি লক্ষ্যত উপনীত হোৱাত সহায়ক হয়।

৩. বাস্তু বিশেষজ্ঞৰ মতে, অৰ্থনৈতিক প্ৰগতি আৰু ভাগ্য শক্তিশালী কৰিবলৈ ঘৰৰ সন্মুখত কেতিয়াও জাবৰ জমা হ’বলৈ নিদিব। ইয়াৰ বাহিৰেও পূজা কৰাৰ আগতে নিয়মিতভাৱে ঘৰৰ সন্মুখত গংগাজল ছটিয়াব লাগে। ইয়াৰ ফলত মালক্ষ্মী ঘৰত প্ৰৱেশ কৰে আৰু সন্ধিয়া ঘৰৰ মূল দুৱাৰত ঘিউৰ চাকি জ্বলাব লাগে।

 ৪. বাস্তুশাস্ত্ৰ মতে ঘৰত পূজাৰ সময়ত বা আৰতি কৰাৰ সময়ত কপূৰ জ্বলাব লাগে। বিশ্বাস কৰা হয় যে কপূৰৰ সুগন্ধি দ্ৰুতগতিত বিয়পি পৰে আৰু ধনাত্মক শক্তিৰ সঞ্চাৰ কৰে। এই প্ৰতিকাৰে কেৰিয়াৰত অগ্ৰগতিত সহায়ক হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ