--°C
Loading...
Listen to Article
2 min read
80%
২১ ফেব্ৰুৱাৰী ২০২৩, মঙলবাৰ

মেষ – সৃষ্টিশীল কাৰ্যকলাপে আপোনাক মান সন্মান প্ৰদান কৰিব। ভাতৃ-ভগ্নীৰ সহায় লাভ কৰিব পাৰে। প্ৰেমিকৰ গুৰুত্ব উপলব্ধি কৰিব। পত্নীৰ সৈতে প্ৰেমৰ সম্পৰ্ক শক্তিশালী হৈ উঠিব। শুভ সংখ্যা- ৩ , শুভ ৰং ৰঙা ।

বৃষ- উপাৰ্জনৰ দিশত আজি ভাল দেখা যায়। আপোনাৰ গাম্ভীৰ্যপূৰ্ণ ব্যৱহাৰৰ বাবে আপোনাৰ চাৰিওফালৰ মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ’ব। পত্নীৰ সৈতে আজি কোনো কথাক লৈ মনোমালিন্য হোৱাৰ সম্ভাৱনা।শুভ সংখ্যা ৮ , শুভ ৰং গুলপীয়া।

মিথুন – আজি এনে এজনৰ সৈতে দেখা হোৱাৰ সম্ভাৱনা আছে যাক খুব পছন্দ হ’ব পাৰে। কৰ্মক্ষেত্ৰত বিভ্ৰান্তি থাকিলে কামত প্ৰভাৱ পেলাব। শুভ সংখ্যা ১, শুভ ৰং আকাশী।

কৰ্কট – আপোনাৰ সম্পৰ্কক আকৌ নতুনকৈ আৰম্ভ কৰাৰ শ্ৰেষ্ঠ সময়। পছন্দৰ কাম কৰি অৰ্থ উপাৰ্জন কৰাৰ সুযোগ পোৱাৰ সম্ভাৱনা।জীৱনত দ্বিতীয় সুযোগ আহিব পাৰে। শুভ সংখ্যা ৫, শুভ ৰং মাখন।

সিংহ – আপোনাৰ সংগীৰ মানসিক সাহায্যৰ প্ৰয়োজন আছে। আজি আপোনাৰ মনোযোগ নষ্ট হোৱাৰ সম্ভাৱনা আছে।সিদ্ধান্তহীনতাত ভুগিলেও এতিয়া সময় আহিছে পদক্ষেপ লোৱাৰ। শুভ সংখ্যা ৭, শুভ ৰং হালধীয়া

কন্যা -শ্বেয়াৰ বজাৰত বিনিয়োগকাৰী সকলে লাভৰ মুখ দেখিব। আপোনাৰ প্ৰেম জীৱন নতুন উচ্চতাত উপনীত হ’ব। আপোনাৰ শৈল্পিক আৰু সৃজনশীল সামৰ্থ্যই যথেষ্ট প্ৰশংসা লাভ কৰিব। শুভ সংখ্যা ২, শুভ ৰং বগা।

তুলা – আপোনাৰ সংগীক সুখী কৰা কোনো কাম কৰিব পাৰে। নতুন ঘৰ বা ব্যৱসায় বা যান–বাহন কিনাৰ বাবে আজি ডাঙৰ ঋণ আবেদন কৰিব পাৰে।আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে ভাল সময় কটোৱাৰ সম্ভাৱনা। শুভ সংখ্যা ৪, শুভ ৰং নীলা।

বৃশ্চিক -আপোনাৰ পিতৃ–মাতৃৰ সৈতে সময় কটোৱাৰ বাবে দিনটো বিশেষভাৱে অনুকূল। আজি পুৰণি ভুল বুজাবুজিবোৰ দূৰ কৰাৰ বাবে সঠিক সময়। আপোনাৰ সৰ্মক্ষেত্ৰত উত্তেজনামূলক পৰিৱেশ সৃষ্টি হ’ব পাৰে। শুভ সংখ্যা ৯, শুভ ৰং ৰঙা।

ধনু- জখম নোহোৱাকৈ কাম কৰিবলৈ চেষ্টা কৰক।আজি অতিৰিক্ত কিছু কামৰ দায়িত্ব লোৱাৰ চেষ্টা কৰক। পতি-পত্নীৰ মাজত কাজিয়াৰ সম্ভাৱনা।ডাঙৰ ক্লায়েণ্টৰ সৈতে ডিল কৰিব পাৰে। শুভ সংখ্যা ৬, শুভ ৰং সেউজীয়া।

মকৰ- হজমৰ সমস্যাত ভুগিব পাৰে।
নিজৰ মানসিক স্বাস্থ্যৰ যত্ন লওক আজি।আপোনাৰ সংগীৰ এই মুহূৰ্তত আপোনাৰ সহায়ৰ প্ৰয়োজন। আজি আপোনাৰ শক্তি তুংগত থাকিব। শুভ সংখ্যা ১, শুভ ৰং গাঢ় নীলা।

কুম্ভ – আজি বহুতে আপোনাৰ প্ৰতি আকৰ্ষিত হ’ব। বাকী ৰখা কাম আকৌ আৰম্ভ কৰিব পাৰে। আপুনি যিটো ভাল বুলি ভাৱে আজি সেয়াই কৰক।ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ। শুভ সংখ্যা ৬, শুভ ৰং মুগা।

মীন –  আজি নিজৰ বাবে বিশেষ কিবা এটা কৰক। কঠোৰ পৰিশ্ৰমে আপোনাৰ জীৱনলৈ সফলতা আনিব। পৰিয়াল আৰু আত্মীয়ৰ সৈতে সময় কটাওক।আপুনি আজি অপ্ৰত্যাশিত কোনো উৎসৰ পৰা ধন লাভ কৰিব পাৰে। শুভ সংখ্যা ৮, শুভ ৰং পাতল গুলপীয়া।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ