--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শচীন টেণ্ডুলকাৰৰ কন্যা ছাৰা টেণ্ডুলকাৰ (Sara Tendulkar) ছ’চিয়েল মিডিয়াত অতি সক্ৰিয়। তেওঁ শ্বেয়াৰ কৰা ফটোবোৰ অনুৰাগীসকলে খুবেই ভাল পায়। ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা ছাৰাই বহু ভিডিঅ’ পোষ্ট কৰে। ৰক্ষাবন্ধনই পূৰ্বেই ছাৰা তেণ্ডুলকাৰক তেওঁৰ ভাতৃ অৰ্জুন তেণ্ডুলকাৰে(Arjun Tendulkar) দিলে বিশেষ উপহাৰ। ছাৰাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই কথা প্ৰকাশ কৰিছে।

অৰ্জুন টেণ্ডুলকাৰে ৰক্ষা বন্ধনৰ পূৰ্বেই মৰমৰ বায়েক ছাৰা টেণ্ডুলকাৰক উপহাৰ দিছে। ৰাখী উপলক্ষে পোৱা এই সুন্দৰ উপহাৰৰ বাবে ছাৰাইও ভাতৃ অৰ্জুনক ধন্যবাদ জনাইছে। অৰ্জুন টেণ্ডুলকাৰৰ পৰা এটা হেণ্ডবেগ উপহাৰ হিচাপে লাভ কৰিছে ছাৰা টেণ্ডুলকাৰে। 

ছাৰাই ইয়াৰ ফটো পোষ্ট কৰিছে। বেগটো ছাৰাৰ কান্ধত ওলমি আছে। লখনৱী কুৰ্টিত ছাৰাক দেখাতো বৰ ধুনীয়া লাগিছে। ছাৰা টেণ্ডুলকাৰে কেপচনত লিখিছে, "ধন্যবাদ মোৰ সৰু ভাইটি অৰ্জুন টেণ্ডুলকাৰ, ৰাখীৰ আগত মোক উপহাৰ দিয়াৰ বাবে।"

ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় ছাৰা টেণ্ডুলকাৰ। ইনষ্টাগ্ৰামত তেওঁৰ ২.২M ফ’ল’ৱাৰ আছে। ছাৰাই এই বছৰ মডেলিং জগতত ভৰি দিছে আৰু তেওঁ বলীউডতো অভিষেক ঘটোৱাৰ সম্ভাৱনা আছে। শেহতীয়াকৈ ছাৰা টেণ্ডুলকাৰে এটা কাপোৰৰ ব্ৰেণ্ডৰ বাবে মডেলিং কৰিছিল, তাৰ পিছত তেওঁ লাইমলাইটলৈ আহিছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ