--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে সাধাৰণ জনতাই মুদ্ৰাস্ফীতি সন্দৰ্ভত ডাঙৰ জোকাৰণিৰ সন্মুখীন হৈছে। ‘আমুল’ ব্ৰেণ্ডৰ অধীনত দুগ্ধজাত সামগ্ৰীৰ বজাৰ কৰা গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেচনে সোমবাৰৰ পৰা অৰ্থাৎ আজিৰ পৰা সমগ্ৰ দেশতে প্ৰতি লিটাৰত প্ৰায় ২ টকাকৈ গাখীৰৰ মূল্য বৃদ্ধি কৰিছে। ইয়াৰ বাবে দেশৰ সকলো বজাৰতে আমুল গাখীৰৰ পাউচৰ মূল্য প্ৰতি লিটাৰত ২ টকাকৈ বৃদ্ধি পাইছে।

জিচিএমএমএফে গভীৰ নিশা প্ৰকাশ কৰা এক বিবৃতিত কয় যে প্ৰতি লিটাৰত ২ টকা বৃদ্ধিৰ ফলত সৰ্বোচ্চ খুচুৰা মূল্য তিনিৰ পৰা চাৰি শতাংশ বৃদ্ধি পাব, যিটো গড় খাদ্যৰ মুদ্ৰাস্ফীতিতকৈ বহু কম।

লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে এই মূল্যবৃদ্ধিৰ কথা ঘোষণা কৰা হৈছে।

জিচিএমএমএফে জনোৱা মতে, ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা গাখীৰৰ দাম বৃদ্ধি কৰা নাই। জিচিএমএমএফে কয় যে, “এই মূল্য বৃদ্ধিৰ কাৰণ হৈছে গাখীৰৰ উৎপাদন আৰু পৰিচালনাৰ মুঠ ব্যয় বৃদ্ধি...।”

আপোনালোকক জনাওঁ যে আমুল দেশৰ আগশাৰীৰ গাখীৰ যোগানকাৰী কোম্পানী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ