--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আলিয়াৰ পাছত এইবাৰ কৰীণা কাপুৰ গৰ্ভৱতী হোৱাৰ খবৰে গৰম কৰি তুলিছে বি-টাউনত। ছেইফ আলী খান পঞ্চম সন্তানৰ পিতৃ হ'বলৈ উলাইছে। শেহতীয়াকৈ, কৰীণাৰ ফেন ক্লাবে লণ্ডনৰ কৰীণা আৰু ছেইফৰ এখন ফটো ছচিয়েল মিডিয়াত পোষ্ট কৰিছে।  

প্ৰশ্ন টো হ'ল, সেই ফটোখনত কি আছিল? ছেইফ আলী খান আৰু কৰীণা কাপুৰ খানক এজন বিদেশী বন্ধুৰ সৈতে দেখা গৈছিল। চেইফে নীলা জিন্স আৰু ধূসৰ টি-চাৰ্ট পিন্ধি আছিল। কৰীণাই ট্ৰাউজাৰৰ সৈতে এটা ক'লা টপ পিন্ধিছিল। অৱশ্যে ইয়াক লৈ একো আচৰিত হব লগা নাছিল যদিও বিষয়টো নেটিজেনসকলে কিছু বেলেগ ধৰণে বিশ্লেষণ কৰিছে। 

দৰাচলতে, কৰীণাৰ বেবী বাম্পটো দেখি খুব স্পষ্টভাৱে বুজি পোৱা গৈছে যে, তেওঁৰ পেটৰ সামান্য অংশ ফুলি আছে। তেওঁ ক'লা পোছাক পিন্ধি আছে আৰু এইটো দেখি নেটিজেনসকলৰ মনত প্ৰশ্ন উত্থাপিত হৈছে, কৰীণা তৃতীয় সন্তানৰ মাতৃ হ'ব ওলাইছে নেকি? বহুতো মানুহে তেওঁক অভিনন্দন জনাইছিল। অৱশ্যে, নেটিজেনসকলৰ এটা অংশেও বিষয়টোক সমালোচনা কৰিছিল।

এজন নেটিজেনৰ ভাষাত, "নিজক স্বাস্থ্য কথা নাভাবি কৰীণাই অকল সন্তান জন্ম দিয়াৰ কথাহে ভাবিছে।  আন এজন নেটিজেনে ক'লে, "আকৌ গৰ্ভৱতী?" চৈফক বশ কৰা হৈছে নেকি!" বহুলোকে পুনৰ জনসংখ্যা বৃদ্ধিৰ কথা উল্লেখ কৰি তেওঁলোকক সমালোচনা কৰিছে। এজন নেটিজেনে লিখিছিল, "চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে প্ৰচাৰ চলাই আছে। আৰু আপুনি এনেধৰণৰ কাম কৰি আছে। সাধাৰণ মানুহে কি শিকিব?"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ