--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জব্দ কৰা সুৰাৰ বটল চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষী থানাৰেই এজন আৰক্ষী বিষয়া আৰু কনিষ্টবলৰ বিৰুদ্ধে। অভিযোগ অনুসৰি জব্দ কৰা সুৰাখিনি থানাত মজুত কৰি ৰখা ঠাইৰ পৰা কেইবাটাও বটল উলিয়াই আনিছে। এই ঘটনাত থানাৰ সহকাৰী উপ-পৰিদৰ্শক আৰু আন চাৰিজন কনিষ্টবলক গ্ৰেপ্তাৰ কৰা হৈছে।

গুজৰাটৰ মহিসাগৰ জিলাত সংঘটিত হৈছে এই ঘটনা। কেৱল সুৰাৰ বটলেই নহয়, জব্দ কৰা কেইবাখনো পাখা (টেবুল ফেন) চুৰি হোৱাৰ অভিযোগ উত্থাপন হৈছে। একেটা সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰে সুৰা আৰু ফেন।

জব্দ কৰা সামগ্ৰীসমূহৰ পৰা মুঠ ১২৫টা সুৰাৰ বটল আৰু ১৫টা ফেন চুৰি হয়। থানাৰ চিচিটিভি ফুটেজৰ মাজেৰে গৈ অন্যান্য বিষয়ৰ তদন্ত কৰি কনিষ্টবল আৰু এএছআইক গ্ৰেপ্তাৰ কৰে।

উপ-অধীক্ষক পি এছ ভালবিয়ে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, বাকুৰ থানাৰ পৰা জব্দ কৰা কেইবাটাও সুৰাৰ বটল আৰু ফেন চুৰি হৈছে। সেইসমূহ থানাৰ মহিলা লক-আপত মজুত কৰি ৰাখিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক