--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নৱজাতক কন্যাশিশুৰ নাম ৰাখিলে বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰে। আলিয়া ভাটৰ পাছত যোৱা শনিবাৰে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰে বলিউডৰ অভিনেত্ৰী বিপাশাই।

জন্ম হোৱাৰ পাছদিনাই বিপাশাৰ কন্যাসন্তানৰ নাম জানিব পৰা গৈছে। নৱজাতকৰ সৰু গোলপীয়া ভৰি দুখনৰ ফটো দি ইনষ্টাগ্ৰামত বিপাশাই কন্যাশিশুৰ নাম ‘দেৱী বসু সিং গ্ৰোভাৰ’ বুলি জনাইছে।

বসু সিং গ্ৰোভাৰটো কন্যাসন্তানগৰাকীৰ উপাধি হোৱাৰ বিপৰীতে দেৱী হৈছে স্বকীয় নাম।

উল্লেখ্য যে কেইবাবছৰো প্ৰেম কৰাৰ পাছত ২০১৬ চনৰ ৩০ এপ্ৰিলত বিপাশা বসু আৰু কৰণ সিং গ্ৰোভাৰে বিবাহপাশত আৱদ্ধ হৈছিল। চলিত বৰ্ষৰ আগষ্টত অন্তঃসত্বা হোৱাৰ খবৰ দিছিল বিপাশা-কৰণে।

বিপাশাৰ পূৰ্বে যোৱা ৬ নৱেম্বৰতো কন্যা সন্তান জন্ম দিয়ে আলিয়া ভাটে। এতিয়ালৈকে আলিয়াৰ কন্যাসন্তানৰ নাম জানিব পৰা হোৱা নাই।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে থালাপতি বিজয়ে
দেশৰ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীৰ মাহে ৩০ হাজাৰ কোটি টকা লোকচান
বিধানসভা অধ্যক্ষ পদৰ বাবে উচ্চাৰিত হৈছে অজন্তা নেওগৰ নাম
জুনিয়ৰ আৰ্টিষ্টৰ পৰা দক্ষিণৰ 'কুইন'লৈ: ছাই পল্লৱীৰ এক অনুপ্ৰেৰণাদায়ক যাত্ৰা
ডিমা হাছাওত ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত
সোণাৰিত চাৰিদিন ধৰি সন্ধানহীন হৈ থকা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ; নৈত ওপঙি আছিল মৃতদেহটো
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক
৮ মে’ত ৰাজ্যৰ নতুন চৰকাৰৰ শপতগ্রহণ
কানাডাত লৰেন্স বিষ্ণইৰ ঘনিষ্ঠক গুলীয়াই হত্যা ; দায়িত্ব স্বীকাৰ ৰোহিত গোদাৰা গেঙৰ
জনপ্রিয় অভিনেতাৰ পৰা সফল ৰাজনীতিকলৈ থালাপতি বিজয়ৰ বিশাল পৰিক্ৰমা
পাকিস্তান সেনাৰ বৃহৎ স্বীকাৰোক্তি: হাফিজ ছৈয়দ আৰু মাছূদ আজহাৰক ৰক্ষা কৰিবলৈ যুঁজ দিছে চুবুৰীয়া দেশে
১২৬জনীয়া বিধানসভাত ৫.৫৫% মহিলা প্রতিনিধি, অসম বিধানসভাত প্রতিনিধিত্ব কৰিব ৭গৰাকী মহিলাই
কুঁহিয়াৰ খেতিয়কৰ বাবে সুখবৰ: কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত