--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউডৰ তাৰকাসকলে পাৰফিউম ভাল পায়। পাৰফিউমৰ সুগন্ধ অবিহনে তেওঁলোকৰ সৌন্দৰ্যচৰ্চা আধৰুৱা। বহুকেইজন তাৰকাৰ নিৰ্দিষ্ট ব্ৰেণ্ডৰ পাৰফিউমৰ প্ৰতি আকৰ্ষণ আছে। চাওঁ আহক এই বিষয়ে।

বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ সংগ্ৰহত বিভিন্ন দেশী-বিদেশী ব্ৰেণ্ডৰ সুগন্ধি আছে। কিন্তু শ্বাহৰুখে কেতিয়াও এইবোৰ ব্যৱহাৰ নকৰে, কেৱল সংগ্ৰহহে কৰি ৰাখিছে। শ্বাহৰুখে কেৱল দুটা সুগন্ধি একেলগে ব্যৱহাৰ কৰে। সেই দুটা হৈছে- ডানহিল আৰু ডিপ্টিক। শ্বাহৰুখে ব্যৱহাৰ কৰা সুগন্ধিৰ দাম ১০ হাজাৰ টকাৰ পৰা আৰম্ভ হয়।

দীপিকা পাডুকনে পাৰফিউম ব্যৱহাৰ কৰিবলৈ  কেতিয়াও নাপাহৰে। দীপিকাই মূলতঃ ফ্ৰান্সৰ দুটা কোম্পানী এষ্টি ল’ডাৰ আৰু ৰালফ লৰেনৰ সুগন্ধি ভাল পায়। কিন্তু নায়িকাগৰাকীৰ প্ৰিয় হৈছে এষ্টি ল’ডাৰৰ ‘মডাৰ্ণ মিউজ’। যাৰ দাম প্ৰায় ৯ হাজাৰ টকা।

কেটৰিনা কাঈফৰ সুগন্ধিৰ প্ৰতি আছে এক সুকীয়া প্ৰেম। কোনোবাই সুগন্ধি উপহাৰ দিলে তেওঁ আটাইতকৈ বেছি সুখী হয়। কেটৰিনাই গুচি পাৰফিউম ভাল পায়। ১০০ মিলিগ্ৰাম গুচি সুগন্ধিৰ মূল্য ১২ হাজাৰ টকা।

আলিয়া ভাটৰ সুগন্ধিৰ সংগ্ৰহ আচৰিতজনক। আপুনি হয়তো জানি আচৰিত হ’ব যে আলিয়াই পুৰুষৰ সুগন্ধি বেছি পছন্দ কৰে। কিন্তু আলিয়াই ব্যৱহাৰ কৰে ‘ব্লু ডি চেনেল’ নামৰ ফৰাচী সুগন্ধি। যাৰ দাম প্ৰায় ১০,৫০০ টকা।

প্ৰিয়ংকা চোপ্ৰা বহুতৰে বাবে ‘ষ্টাইল আইকন’। কাপোৰৰ পৰা আৰম্ভ কৰি জোতালৈকে সকলো প্ৰিয়ংকাই নিজে কিনি লয়। শ্বুটিংৰ বাবে তেওঁ পৃথিৱীৰ যিসমূহ ঠাইলৈ যায়, উভতি অহাৰ পথত তেওঁ সুগন্ধি কিনি আনে।প্ৰিয়ংকাৰ প্ৰিয় সুগন্ধি ‘ট্ৰাচাৰ্ডি ড’না’। যাৰ দাম ৫ হাজাৰ টকাৰ ওচৰ চপা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ