--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ জানুৱাৰীত ৰাম মন্দিৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানক কেন্দ্ৰ কৰি উৎসৱৰ আয়োজন কৰা হৈছে। অযোধ্যাৰ ৰামলালাৰ প্ৰতিমূৰ্তিৰ আগত ক্ৰিকেট খেলপথাৰত দেখা গ’ল আন এজন ‘ৰাম’।

কেপ টাউনত অনুষ্ঠিত ভাৰত-দক্ষিণ আফ্ৰিকা টেষ্টৰ প্ৰথম দিনটোত ডিন এলগাৰৰ ইনিংছৰ মাজত ‘ৰাম ছিয়া ৰাম’ ভজন অনুষ্ঠিত হয়। চলতি চিৰিজত উদ্যোক্তাসকলে এই ভজন বজায় যেতিয়া দক্ষিণ আফ্ৰিকাৰ অলৰাউণ্ডাৰ কেশৱ মহাৰাজে চলিত শৃংখলাত খেলপথাৰত প্ৰৱেশ কৰে।

বুধবাৰটোও বেলেগ নাছিল। সেই সময়তে বিৰাট কোহলীক ‘ৰাম’ৰ চৰিত্ৰত দেখা গৈছিল। ষ্টেডিয়ামৰ সংগীত ব্যৱস্থাই ৰাম ছিয়া ৰাম ভজন বজাই থকাৰ সময়তে কোহলীয়ে ধনুখন ওপৰলৈ তুলি কাঁড়ৰ ভংগীমা কৰিলে। ইয়াৰ পিছত ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে হাত জোৰ কৰি প্ৰণাম কৰে। খেলপথাৰত উপস্থিত ক্ৰিকেটপ্ৰেমীসকলেও কোহলীক ৰামৰ চৰিত্ৰত দেখা পাই উৎফুল্লিত হৈ পৰে। ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে কোহলীৰ ডাৰ্ট থ্ৰ’ইং প’জ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক