--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ফাইনেলৰ বাহিৰে বাকী সকলো খেলতে ভাৰতে জয়লাভ কৰে। বিৰাট কোহলীয়ে অন্তিমখন খেলত পৰাজয় মানি ল’ব পৰা নাছিল। খেলপথাৰত তেওঁ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে। ৪৫ দিনৰ পাছত সেই ভিডিঅ’টো হঠাৎ ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং টপিক হৈ পৰিছে।

যোৱা বছৰ ১৯ নৱেম্বৰত অনুষ্ঠিত হৈছিল বিশ্বকাপৰ এদিনীয়া ফাইনেল। সেই খেলখনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে পৰাস্ত হৈছিল। নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত পৰাস্ত হয় ৰোহিত শৰ্মাৰ দল। ইখনৰ পিছত সিখন খেলত জয়লাভ কৰি ভাৰতে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে।

অষ্ট্ৰেলিয়াই ফাইনেলত জয়লাভ কৰাৰ সময়ত হালধীয়া জাৰ্চিধাৰীসকলে খেলপথাৰত ইজনে সিজনক সাৱটি ধৰা দেখা গৈছিল। আৰু খেলপথাৰত থিয় হৈ নিৰাশ ভাৰতীয় ক্ৰিকেটাৰ। বিৰাটক উইকেটৰ ফালে খোজ দিয়া দেখা গৈছিল। টুপীটো খুলি সি বিৰক্তিৰে ষ্টাম্পৰ বেলবোৰ পেলাই দিয়ে। তেওঁৰ চকুত বিৰক্তি স্পষ্ট হৈ পৰিছিল।

বিশ্বকাপত শীৰ্ষ ফৰ্মত আছিল বিৰাট। তেওঁ ১১খন মেচত ৭৬৫ ৰান সংগ্ৰহ কৰে। তেওঁৰ গড় আছিল ৯৫.৬২। বৰ্তমান বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ বিৰাটৰ হাতত আছে। কিন্তু তেওঁ বিশ্বকাপ জয় কৰিব নোৱাৰিলে। সেই বেদনা ইমানেই আছিল যে বঁটা লাভ কৰাৰ সময়ত বিৰাটে একো ক’ব খোজা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক