--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতক এতিয়া হেঁচা মাৰি ধৰিছে চীন আৰু পাকিস্তানে। এপিনে চীনৰ সেনাই অৰুণাচলত ভাৰতীয় সেনাক আক্ৰমণ কৰাৰ পিছতে এইবাৰ ভাৰতৰ বিৰুদ্দে পাৰমাণৱিক বোমাৰে আক্ৰমণৰ ভাবুকি দিছে পাকিস্তানে। পাকিস্তান পিপলছ পাৰ্টিৰ নেত্ৰী  শ্বাজিয়া মাৰিয়ে ভাৰতৰ বিৰুদ্ধে কঠোৰ সকিয়নী শুনাইছে। 

শ্বাজিয়াই শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে  পাৰমাণৱিক আক্ৰমর ভাবুকি দিছে।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে শিষ্টাচাৰহীন মন্তব্য কৰাৰ বাবে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী   বিলাৱাল ভুট্টোক ভাৰতে উভতি ধৰাৰ পিছতে  শ্বাজিয়াই এনেদৰে পাৰমাণৱিক বোমাৰে ভাৰতক আক্ৰমণ কৰাৰ ভাবুকি দিয়ে।
 
শ্বাজিয়াই কয় "ভাৰতে পাহৰিব নালাগে যে পাকিস্তানৰ ওচৰত পৰমাণু বোমা আছে। আমাৰ পাৰমাণৱিক বোমা সজাই থবৰ বাবে নহয়। প্ৰয়োজন হ'লে আমি সেয়া ব্যৱহাৰ কৰিম," ।  শ্বাজিয়াই এখন সংবাদমেলত  ভাৰতৰ বিৰুদ্ধে এনেদৰে ভাবুকি দিছে।

উল্লেখ্য ৰাষ্ট্ৰসংঘত কিছুদিন পূৰ্বে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী  ভুট্টোই প্ৰধানমন্ত্ৰী মোদীক গুজৰাটৰ কচাই আখ্যা দিছিল।  

ভুট্টোই কৈছিল: "ওছামা বিন লাদেন মৃত, কিন্তু গুজৰাটৰ কচাইজন এতিয়াও জীৱিত আৰু তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’