--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত নিৱনুৱা সমস্যাই কালান্তক ৰূপ ধাৰণ কৰিছে।নিবনুৱাৰৰ হুমুনিয়াহেৰে গধুৰ হৈ পৰিছে দেশৰ বতাহ।২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে দেশত প্ৰতি বছৰে ২ কোটি নিবনুৱাকচাকৰি দিম বুলি ঘোষণা কৰিছিল যদিও সেই ঘোষণা আজিও কাৰ্যকৰী নহ'ল।দেশত প্ৰতি বছৰে নিবনুৱাৰ সংখ্যা বৃদ্ধিহে পাই গৈ আছে।

এক ব্যক্তিগত গৱেষণা প্ৰতিষ্ঠানৰ মতে, অক্টোবৰত ভাৰতৰ সামগ্ৰিক নিবনুৱাৰ হাৰ বৃদ্ধি পাইছিল, যাৰ ফলত বাৰিষাৰ বপন কৰা শস্য চপোৱা সমাপ্ত হোৱাৰ পিছত গ্ৰাম্য নিবনুৱাৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি পাইছিল।

নিবনুৱাৰ হাৰ বৰ্তমান সৰ্বোচ্চ ৭.৭৭ শতাংশ লৈ বৃদ্ধি হৈছে।চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি প্ৰাইভেটৰ তথ্যই দেখুৱাইছে যে  গ্ৰাম্য নিবনুৱাৰ হাৰ ছেপ্টেম্বৰ মাহত  ৫.৮৪ ৰ পৰা ৮,০৪ লৈ বৃদ্ধি হৈছে। আনহাতে নগৰীয়া নিবনুৱাৰ হাৰ ৭.২১ শাংশ হৈছে।

 এনে এক বিষম পৰিবেশৰ মাজতে ৩ নৱেম্বৰত ৰাজধানী চহৰ নতুন দিল্লীত দেশৰ লাখ লাখ নিবনুৱাই'আমাক চাকৰি দিয়ক'ধ্বনিৰেআকাশ বতাহ কঁপাই তুলিব।ডিৱাইএফআইৰ আহ্বানত দেশৰ প্ৰায় সকলোকেইখন ৰাজ্যৰ পৰা যোৱা নিবনুৱাসকলে এই কাৰ্যসূচীত যোগদান কৰিব।কাইলৈ দিনৰ ১১ বজাত সংসদভৱনৰ কাষতে অনুষ্ঠিত হ'ব এইবিশাল কাৰ্যসূচী। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক