--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বুধবাৰে ৰাজস্থান ৰাজ্যিক মহিলা আয়োগে এক গুৰুত্বপূৰ্ণ  সিদ্ধান্ত গ্ৰহণ কৰে৷ এই সিদ্ধান্ত অনুসৰি  অত্যাচাৰৰ বিষয়ে মিথ্যা অভিযোগ উত্থাপন কৰা  মহিলাসকলৰ বিৰুদ্ধে  এজাহাৰ পঞ্জীয়ন কৰা হ'ব। এই সিদ্ধান্তৰ সমান্তৰালভাৱে বহু প্ৰতিবাদো গঢ় লৈ উঠিছে৷বহু মহিলা কৰ্মীয়ে দাবী কৰিছে যে, এনে সিদ্ধান্তই মহিলাসকলক ন্যায় প্ৰাপ্তিৰ বাবে আইনৰ কাষ চাপিবলৈ ভীতিগ্ৰস্ত কৰি তুলিব৷ 

ইয়াৰ বিপৰীতে আয়োগে যুক্তি উত্থাপন কৰি কয় যে, মহিলাৰ সুৰক্ষাৰ গইনা লৈ আইনৰ অপব্যৱহাৰৰ অনুমতি দিয়া নহ'ব। মহিলা সংস্থাটোৱে এইটোও কয় যে অপ্ৰয়োজনীয় মিছা গোচৰৰ বৰ্ধিত সংখ্যাৰ বাবে চৰকাৰক বদনাম কৰা হৈছে।

ৰাজস্থানৰ মহিলা আয়োগে এনে ধৰণৰ ৪১৮ টা গোচৰ চিনাক্ত কৰিছে ৷ আয়োগে যুক্তি দিছে যে মহিলাৰ সুৰক্ষাৰ গইনা লৈ আইনৰ অপব্যৱহাৰৰ অনুমতি দিয়া নহ'ব। মহিলা সংস্থাটোৱে এইটোও কয় যে অপ্ৰয়োজনীয় মিছা গোচৰৰ বৰ্ধিত সংখ্যাৰ বাবে চৰকাৰক বদনাম কৰা হৈছে।

উল্লেখযোগ্য যে, ভাৰতীয় দণ্ডবিধি আইনৰ  ধাৰাৰ অধীনত মিছা গোচৰ ৰুজু কৰা মহিলাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা প্ৰথমখন ৰাজ্য ৰূপে ৰাজস্থান পৰিগণিত হ’ব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক