--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউনিভাৰ্চিটি নঅৱ ভাৰ্জিনিয়াৰ কেম্পাচত সংঘটিত হৈছে ভয়ানক গুলীচালনাৰ ঘটনা। গুলীচালনাত গুৰুতৰভাবে আহত হৈছে  ৫ গৰাকী ব্যক্তি। আহত সকল বৰ্তমানে চিকিৎসাধীন হৈ আছে। 

জানিব পৰা মতে, মঙলবাৰে ভাৰ্জিনিয়া কমনৱেলথ বিশ্ববিদ্যালয়ৰ ডাউনটাউন থিয়েটাৰৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলে এজন এজনকৈ থিয়েটাৰৰ পৰা ওলাই থকাৰ সময়তে এগৰাকী ১৯ বছৰীয়া যুৱকে চাৰিটাকৈ বন্দুক সহিতে বিশ্ববিদ্যালয়ৰ কেম্পাছত প্ৰৱেশ কৰে।

চৌহদত প্ৰৱেশ কৰিয়েই যুৱকজনে নিৰ্বিচাৰে গুলীবৰ্ষণ কৰে। এই গুলীচালনাত ৭ জনকৈ লোক থিতাতে নিহত হয় আৰু আন ৫ জন গুৰুতৰভাবে আহত হয়। আহতসকলৰ অৱস্থা বৰ্তমানেও সংকটজনক।

জানিব পৰা মতে, গুলীচালনাৰ সৈতে জড়িত ১৯ বছৰীয়া যুৱক জনক অস্ত্ৰসহিতে গ্ৰেপ্তাৰ কৰিছে ৰিচমণ্ড আৰক্ষীয়ে। বিভাগটোৰ মুৰব্বী ৰিক এডৱাৰ্ডে মঙলবাৰে নিশা সংবাদ মাধ্যমৰ আগত এই গ্ৰেপ্তাৰ নিশ্চিত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস