--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰত বিধ্বংসী ধুমুহা। ধুমুহাই ধ্বংসস্তূপত পৰিণত কৰিছে দেশখনৰ দক্ষিণ-মধ্য আৰু পূব অঞ্চলত। প্ৰাণ হেৰুৱাইছে ২৬ গৰাকী আমেৰিকানে। আহত হৈছে অসংখ্য লোক।

যোৱা শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে এই বিধ্বংসী ধুমুহা। প্ৰধানকৈ টেনেচি প্ৰদেশত সংহাৰী ৰূপ ধাৰণ কৰিছে। আমেৰিকাৰ স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি টেনেচিত ধুমুহাৰ ফলত মৃতকৰ সংখ্যা ৯ গৰাকীলৈ বৃদ্ধি পাইছে।

এছ’চিয়েটেড প্ৰেছে প্ৰকাশ কৰা অনুসৰি টেনেচিৰ উপৰিও আৰ্কানচাছ, মিচিচিপি, আলাবামা, মধ্য পশ্চিমৰ চহৰ ইণ্ডিয়ানা আৰু ইলিনয়, মধ্য আটলাণ্টিকৰ ডেলাৱেৰ প্ৰদেশতো প্ৰাণহানি হৈছে স্থানীয় বাসিন্দাৰ।

প্ৰকৃতিৰ ৰোষত পৰা এই আমেৰিকান চহৰসমূহত ৫ কোটিতকৈ অধিক লোক ভাবুকিৰ সন্মুখীন হৈছে বুলি আন্ত: ৰাষ্ট্ৰীয় সংবাদ সংস্থা চিএনএনে এক প্ৰতিবেদনত প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস