--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে ভাৰতীয়-আমেৰিকান সম্প্ৰদায়ৰ লোকসকলৰ সৈতে তেওঁৰ চৰকাৰী বাসগৃহ দ্য নেভেল অৱজাৰভেটৰীত দীপাৱলী উদযাপন কৰে। অনুষ্ঠানত নীৰা তাণ্ডেন, বিবেক মূৰ্তি, ৰিচ ভাৰ্মা, অজয় ভুটৰিয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ভাৰতীয়-আমেৰিকান লোক উপস্থিত আছিল।

কমলা হেৰিছে সামাজিক মাধ্যমত ব্যাপকভাৱে শ্বেয়াৰ কৰা ভিডিঅ’সমূহত, স্বামীৰ সৈতে স্পাৰ্কলাৰ জ্বলাই উল্লাস কৰি ইজনে সিজনক “দীপাৱলীৰ শুভকামনা” জনোৱা দেখা গৈছে। তেওঁৰ চৰকাৰী বাসগৃহটো দীপাৱলীৰ ৰঙীন পোহৰ আৰু বন্তিৰে আটকধুনীয়াকৈ সজাই তোলা হৈছিল আৰু অতিথিসকলক বিভিন্ন ধৰণৰ ভাৰতীয় সুস্বাদু খাদ্য পৰিৱেশন কৰা হৈছিল।

দীপাৱলী উপলক্ষে ভাৰতীয় মূলৰ কমলা হেৰিছে যাৰ মাতৃয়ে চেন্নাইত জন্ম লৈ ডক্টৰেট ডিগ্ৰী লাভৰ বাবে আমেৰিকালৈ গুচি গৈছিল, তেওঁ কয় যে দীপাৱলী উৎসৱ সংস্কৃতিক অতিক্ৰম কৰা এক সাৰ্বজনীন ধাৰণা।

“সংস্কৃতি হৈছে সংস্কৃতি আৰু সম্প্ৰদায়ক অতিক্ৰম কৰা যুগ যুগ ধৰি চলি অহা ধাৰণাটোৰ বিষয়ে। আন্ধাৰ আৰু পোহৰৰ মাজৰ ভাৰসাম্যতাৰ ক্ষেত্ৰত জীৱনৰ দ্বৈততাক বিবেচনা কৰাটো এটা প্ৰতিফলনৰ বিন্দু আৰু প্ৰতিফলনৰ এটা মুহূৰ্তৰ কথা আৰু পোহৰ উদযাপন কৰিবলৈ। সেইদৰে, পোহৰৰ দ্বাৰা পৰিচালিত হৈ আমাক আন্ধাৰৰ পৰা উন্নীত কৰাত আমাৰ ভূমিকা কি আৰু আমাৰ ভূমিকা কি হ’ব লাগে সেই বিষয়ে চিন্তা কৰা।’- বুলি কমলা হেৰিছে কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক