--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাত বন্দুকধাৰীৰ আক্ৰমণত কমেও ৩ জন লোক নিহত হৈছে। ফাৰ্মিংটনত সংঘটিত হয় এই ঘটনা। সোমবাৰে উত্তৰ-পশ্চিম নিউ মেক্সিকোৰ এখন চহৰত বন্দুকধাৰীয়ে গুলীচালনা কৰাৰ ফলত কমেও তিনিজন লোক নিহত হোৱাৰ লগতে আন ছয়জন আহত হয়।

সবিশেষ অনুসৰি আলবাকুৱেৰ্কৰ পৰা প্ৰায় ১৮০ মাইল (২৯০ কিলোমিটাৰ) উত্তৰ-পশ্চিমে নিউ মেক্সিকোৰ ফাৰ্মিংটনৰ আৱাসিক এলেকাত সংঘটিত হোৱা এই কাণ্ডত আহতসকলৰ ভিতৰত দুজন আৰক্ষী বিষয়াও আছে।

এই সন্দৰ্ভত মন্তব্য কৰি আৰক্ষীয়ে সংবাদ মাধ্যমৰ সময়ত কয় যে কিছু সময়ৰ পাছত গীৰ্জাৰ বাহিৰত ১৮ বছৰীয়া বন্দুকধাৰীজনক গুলীয়াই হত্যা কৰা হয়।

বন্দুকৰ হিংসাৰ ফলত প্ৰায় ৪৬ হাজাৰ বাসিন্দা থকা ফাৰ্মিংটনৰ কেইবাখনো ৰাজহুৱা বিদ্যালয়ত নিৰাপত্তাৰক্ষী লকডাউনৰ সৃষ্টি হয়, যেতিয়ালৈকে আৰক্ষীয়ে নিৰ্ণয় নকৰে যে জনসাধাৰণৰ বাবে আৰু কোনো ভাবুকি নাই তেতিয়ালৈকে এই লকডাউন থাকিব।



























FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস