--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াত খানা খাই ভালপোৱা নাই বিৰাট, ৰোহিত, অশ্বিনহঁতে। মঙলবাৰে টীম ইণ্ডিয়াৰ ক্ৰিকেটাৰসকলে আইচিচিয়ে দুপৰীয়াৰ আহাৰত দিয়া খাদ্যবস্তুসমূহ ভক্ষণ নকৰিলে।

আইচিচিয়ে দিয়া খাদ্যবস্তুসমূহ ঠাণ্ডা আৰু নিম্ন মানদণ্ডৰ বুলি তেওঁলোকে অভিহিত কৰিছে। খাদ্যবস্তুসমূহ আছিল বিভিন্ন ফল-মূল, ফালাফেল আৰু চেণ্ডউইছ। কিন্তু বিৰাট-ৰোহিতহঁতে এইসমূহ ভাল নাপালে।

এই সম্পৰ্কত তেওঁলোকে চিডনী ক্ৰিকেট গ্ৰাউণ্ড কৰ্তৃপক্ষকো অৱগত কৰিছে। মঙলবাৰে অনুশীলন পৰ্বৰ পাছতে তেওঁলোকক এই খাদ্যসমূহ খাবলৈ দিয়া হৈছিল।

''খাদ্যসমূহ ভাল নহয়। এটা অনুশীলন পৰ্বৰ পাছত সাধাৰণতে আমি চেণ্ডউইছ নাখাওঁ।’’- তেওঁলোকে জনায়।

উল্লেখ্য যে অহা বৃহস্পতিবাৰে ভাৰতে নেদাৰলেণ্ডৰে মুখামুখি হব। চিডনী ক্ৰিকেট গ্ৰাউণ্ডত হব লগা মেচখনত সুন্দৰ প্ৰদৰ্শনৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে বিৰাট-ৰোহিতহঁতে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক