--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টীম ইণ্ডিয়াৰ সতে মুখামুখি হব বিচাৰে পাকিস্তান৷ টি২০ বিশ্বকাপৰ ফাইনেলত উপনীত হোৱাৰ পাছতে এই বক্তব্য প্ৰকাশ কৰিছে দলটোৰ উপদেষ্চটা মেথিউ হেডেনে৷

 

বিশ্বকাপৰ প্ৰথমখন চেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে বিজয়সাব্যষ্ট কৰাৰ পাছতে হেডেনে এই ভাষ্য প্ৰদান কৰিছে৷ তেওঁ কয় যে দুয়োখন দেশৰ সমৰ্থকসকলৰ কথা ভাবিয়ে তেওঁ এইদৰে কৈছে৷

 

উল্লেখ্য যে বিশ্বকাপৰ আৰম্ভণিতে পাকিস্তানে সুন্দৰ প্ৰদৰ্শন আগবঢ়াব পৰা নাছিল৷ কিন্তু পাছৰ পৰ্যায়ত দুৰ্দান্ত প্ৰদৰ্শন কৰি অৱশেষত ফাইনেলত উপনীত হৈছে৷

 

‘‘মই ভাবো আমি এতিয়াও শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াব পৰা নাই৷ আশা কৰো ফাইনেলত সেইয়া দেখাব পাৰিম৷’’- হেডেনে কয়৷

 

‘‘আমি এটা বিপজ্জনক দল৷ পাকিস্তানৰ ক্ৰিকেটাৰসকলৰ খং উঠিলে দাঁত-নখ বাহিৰ কৰিলে বাকীসকল বিপদত পৰিব যাব৷’’- হেডেনে কয়৷

 

উল্লেখ্য যে কাইলৈ এডিলেইডত অনুষ্ঠিত হব লগা দ্বিতীয়খন ফাইনেলত ভাৰতে ইংলেণ্ডৰ সথে মুখামুখি হব৷ তাৰ আগমূহৰ্তত পাকিস্তানৰ তৰফৰ পৰা এই ভাষ্য প্ৰদান কৰাটো লক্ষ্যণীয় হৈ পৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক