--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰম্ভ হ’ল বহু প্ৰতীক্ষিত আইচিচি টি-২০ বিশ্বকাপ । টেক্সাছৰ ডালাছৰ গ্ৰেণ্ড প্ৰেৰি ষ্টেডিয়ামত অনুষ্ঠিত আইচিচি টি-২০ বিশ্বকাপ ২০২৪ৰ গ্ৰুপ এ মেচ উদ্বোধনী মেচত আমেৰিকাই কানাডাক ৭ উইকেটত পৰাস্ত কৰে।এৰন জ’নে ৪০ বলত ৯৪ ৰান কৰি আমেৰিকাৰ দলটোক শক্তি প্ৰদান কৰে।এণ্ড্ৰিজ গাউছেও ৬৫ ৰান সংগ্ৰহ কৰে।  ভাৰতীয় সময় অনুসৰি ২ জুনৰ পৰা আৰম্ভ হয়  টি-২০ বিশ্বকাপ। আমেৰিকাৰ টেক্সাছৰ ষ্টেডিয়ামত আমেৰিকা আৰু কানাডাৰ মুখামুখি হয় । ভাৰতীয় সময় অনুসৰি পুৱা ৬ বজাৰ পৰা খেলখন আৰম্ভ হয় ।চলিত বিশ্বকাপ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হৈছে । যদিও প্ৰথমখন খেল আমেৰিকাৰ মাটিত অনুষ্ঠিত হয়,  সন্ধিয়াৰ খেলখন ৱেষ্ট ইণ্ডিজৰ প্ৰভিডেন্স ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। প্ৰভিডেন্স ষ্টেডিয়ামত  আয়োজক দেশৰ প্ৰতিদ্বন্দ্বী হৈছে পাপুৱা নিউগিনি। 

ৱেষ্ট ইণ্ডিজৰ  ৱেষ্ট ইণ্ডিজৰ প্ৰভিডেন্স ষ্টেডিয়ামত খেল আৰম্ভ হোৱাৰ পূৰ্বে   এৰফান আলভেছ আৰু ৰবি ডিয়ে ট্ৰিনিদাদৰ বিখ্যাত গায়ক ডেভিদ ৰুডাৰৰ সৈতে মঞ্চত শোভা বঢ়াব। ডিজে আন্না আৰু ডিজে আল্ট্ৰাও উপস্থিত থকাৰ কথা। গিয়ানা ৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’ব এই অনুষ্ঠান।


ভাৰতত ষ্টাৰ স্প’ৰ্টছ আৰু হটষ্টাৰত লাইভ উপলব্ধ হ’ব উদ্বোধনী অনুষ্ঠান। ৫ জুনত ভাৰতৰ প্ৰথমখন খেল অনুষ্ঠিত হ’ব। নিশা ৮ বজাৰ পৰা আৰম্ভ হ’ব খেলখন। ষ্টাৰ স্প’ৰ্টছ আৰু হটষ্টাৰত চাব পৰা যাব এই খেল খন।


 পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ৰ সময়সূচীৰ এক আলোকপাত ইয়াত দাঙি ধৰা হ’ল। এই সময়সূচীত উল্লেখযোগ্য প্ৰায়ভাগ খেলৰেই তাৰিখ, মেচৰ সময় আৰু  স্থানৰ উল্লেখ কৰা হৈছে।  

২ জুন
আমেৰিকা-কানাডা
পুৱা ৬:০০ বজাত
ডালাছ
বিজয়ীঃ আমেৰিকা
২ জুন
ৱেষ্ট ইণ্ডিজ-পাপুৱা নিউ গিনি
নিশা ৮:০০ বজাত
গায়ানা
৩ জুন
নামিবিয়া- ওমান
পুৱা ৬:৩০ বজাত
বাৰ্বাডোছ

৩ জুন

 শ্ৰীলংকা দক্ষিণ আফ্ৰিকা

 নিশা৮:৩০ বজাত
নিউয়ৰ্ক


৪ জুন
 আফগানিস্তান উগাণ্ডা

পুৱা ৬:৩০ বজাত

 গায়ানা


৪ জুন
ইংলেণ্ড-স্কটলেণ্ড
নিশা ৮:৩০ বজাত
 বাৰ্বাডোজ

৪ জুন
নেদাৰলেণ্ড-নেপাল
নিশা ৯:৩০ বজাত

 ডালাছ
৫ জুন
ভাৰত-আয়াৰলেণ্ড
নিশা ৮:৩০ বজাত
 নিউয়ৰ্ক


৬ জুন
পাপুৱা নিউ গিনি-উগাণ্ডা
পুৱা ৫:৩০ বজাত
গায়ানা


৬ জুন
অষ্ট্ৰেলিয়া-ওমান
পুৱা ৬:৩০ বজাত
বাৰ্বাডোছ
৬ জুন

আমেৰিকা-পাকিস্তান

 নিশা ৯:৩০ বজাত
ডালাছ


৭ জুন

  নামিবিয়া-স্কটলেণ্ড

 পুৱা ১ বজাত
বাৰ্বাডোছ


৭ জুন
কানাডা-আয়াৰলেণ্ড
নিশা ৮:৩০ বজাত
নিউয়ৰ্ক


৮ জুন

 নিউজিলেণ্ড-আফগানিস্তান

 পুৱা ৫:৩০ বজাত
গায়ানা


৮ জুন
শ্ৰীলংকা-বাংলাদেশ
পুৱা ৬:৩০ বজাত
ডালাছ


৮ জুন
নেদাৰলেণ্ড-দক্ষিণ আফ্ৰিকা
নিশা ৮:৩০ বজাত
 নিউয়ৰ্ক


৮ জুন
অষ্ট্ৰেলিয়া-ইংলেণ্ড
নিশা ১১ বজাত
বাৰ্বাডোছ


৯ জুন

 ৱেষ্ট ইণ্ডিজ-উগাণ্ডা

 সন্ধিয়া ৬:৩০ বজাত
গায়ানা

৯ জুন
ভাৰত-পাকিস্তান
নিশা ৮:৩০ বজাত
নিউয়ৰ্ক


৯ জুন
ওমান-স্কটলেণ্ড
নিশা ১১ বজাত
এন্টিগুয়া


১০ জুন
দক্ষিণ আফ্ৰিকা-বাংলাদেশ
নিশা ৮:৩০ বজাত
নিউয়ৰ্ক


১১ জুন 
পাকিস্তান-কানাডা
নিশা ৮:৩০ বজাত
নিউয়ৰ্ক

১২ জুন

 শ্ৰীলংকা-নেপাল
পুৱা ৫:৩০ বজাত
ফ্ল'ৰিডা


১২ জুন
 অষ্ট্ৰেলিয়া-নামিবিয়া 

পুৱা ৬:৩০ বজাত
নিউয়ৰ্ক


 
১২ জুন
আমেৰিকা-ভাৰত

নিশা ৮:৩০ বজাত
নিউয়ৰ্ক


১৩ জুন
ৱেষ্ট ইণ্ডিজ-নিউজিলেণ্ড
পুৱা ৬-৩০
 তাৰুবা

১৩ জুন

 বাংলাদেশ-নেদাৰলেণ্ড

 নিশা ৮-৩০

 কিংছ টাউন



১৪ জুন

 ইংলেণ্ড-ওমান
 নিশা ১ বজাত

 এন্টিগুৱা


১৪ জুন

 
আফগানিস্তান-পাপুৱা নিউগিনি

 পুৱা ৬:৩০
তাৰুবা


১৪ জুন
আমেৰিকা যুক্তৰাষ্ট্ৰ-আয়াৰলেণ্ড
 নিশা ৮:৩০

 ফ্ল'ৰিডা

১৫ জুন

 দক্ষিণ আফ্ৰিকা-নেপাল
 পুৱা ৫:৩০
 চেন্ট ভিনচেন্ট


১৫ জুন
নিউজিলেণ্ড-উগাণ্ডা

 পুৱা ৬:৩০
তাৰুবা

১৫ জুন
ভাৰত-কানাডা
 নিশা ৮-৩০
ফ্ল'ৰিডা

১৫ জুন

নামিবিয়া-ইংলেণ্ড
 নিশা  ১১

 এন্টিগুৱা


১৬ জুন

 অষ্ট্ৰেলিয়া-স্কটলেণ্ড
 পুৱা ৬:৩০
 চেণ্ট লুচিয়া


১৬ জুন
পাকিস্তান-আয়াৰলেণ্ড
 নিশা ৮:৩০

  ফ্ল'ৰিডা 


১৭ জুন
বাংলাদেশ-নেপাল

 পুৱা ৫:৩০

 চেণ্ট ভিনচেণ্ট 

১৭ জুন
 শ্ৰীলংকা-নেদাৰলেণ্ড
 পুৱা ৬:৩০
 চেণ্ট লুচিয়া


১৭ জুন

  নিউজিলেণ্ড-পাপুয়া নিউ গিনি 
নিশা ৮-৩০
 তাৰুবা

১৮ জুন
ৱেষ্ট ইণ্ডিজ-আফগানিস্তান
 পুৱা ৬:৩০
চেণ্ট লুচিয়া

খেল আৰম্ভ হোৱাৰ সময় ভাৰতীয় সময় অনুসৰি সামান্য কম-বেছি হ’ব পাৰে

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement