--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
এলন মাস্কে টুইটাৰৰ  দায়িত্ব লোৱাৰ সময়তেই   আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ একাউণ্ট পুনৰুদ্ধাৰ সম্পৰ্কীয়  চৰ্চাই প্ৰাধান্য লাভ কৰিছিল৷আনকি ট্ৰাম্পৰ একাউণ্ট পুনৰুজ্জীৱিত কৰাৰ বাবে শনিবাৰে ভোটদানো হৈছিল৷ 

দেওবাৰে ভোটদান সমাপ্ত হোৱাৰ পিছত ট্ৰাম্পৰ টুইটাৰ একাউণ্টটো পুনৰ দেখিবলৈ পোৱা যায় যদিও পুনৰ টুইটাৰ ব্যৱহাৰ কৰিবলৈ কোনো ধৰণৰ আগ্ৰহ নাই বুলি ট্ৰাম্পে মত প্ৰকাশ কৰে৷ টুইটাৰৰ  বিপৰীতে  ট্ৰাম্প মিডিয়া এণ্ড টেকন’লজি গ্ৰুপে আৰম্ভ কৰা এপ ট্ৰুথ ছ’চিয়েলে টুইটাৰতকৈ ভাল কাম কৰিব বুলি ট্ৰাম্প বিশ্বাসী৷ অৱশ্যে ট্ৰাম্পৰ এই মন্তব্যক লৈ কোনোধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই  টুইটাৰে ৷  

 উল্লেখযোগ্য যে,  ২০২১ চনৰ জানুৱাৰী মাহত কেপিটেল হিলত হিংসাত্মক কাৰ্যকলাপৰ উচটনিমূলক মন্তব্য দিয়াৰ অপৰাধত  টুইটাৰে ট্ৰাম্পৰ একাউণ্ট বন্ধ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক