--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃযোৰহাটত  ১ অক্টোবৰৰ পৰা ৩ অক্টোবৰলৈ অনুষ্ঠিত হবলগীয়া আন্ত: জিলা দবালৈ(জুনিয়ৰ আৰু মহিলা) গুৱাহাটী  দল ঘোষণা ঘোষণা কৰা হৈছে।  উল্লিখিত খেলুৱৈ সকলে গুৱাহাটীক  বিভিন্ন শাখাত প্ৰতিনিধিত্ব কৰিব।  
অনুৰ্দ্ধ ৯ বছৰ
১। আৰোহন  
২।  কৃষ্ণাভ মৃণ্ময় হাজৰিকা
৩। ৰজত বাফনা
৪। নীহাৰ দাস
অনুৰ্দ্ধ ৯ বছৰ ছোৱালী
 ১।ৰিতিশা মাইৰা ৰাজবংশী
২। ৰূপা ৰয় 
৩। আয়ুস্মিতা পল 
অনুৰ্দ্ধ ১১বছৰ ল'ৰা
 ১। তন্ময় ৰাজবংশী 
২। জগজিত সিনহা
৩। জয়ৰাজ বৰ্মন 
৪ এমিল বৰগোহাঞি
 
অনুৰ্দ্ধ ১১ বছৰ ছোৱালী 
১। তমন্না শৰ্ম্মা 
২।  হৃদিকা দাস

অনুৰ্দ্ধ ১৩ বছৰ ল'ৰা
১।  হিমানীশ শৰ্ম্মা
২। শুভাঙ্গ প্ৰান কাশ্যপ 
৩ । প্ৰিয়ানুজ দাস
 ৪। সুহান পতি

অনুৰ্দ্ধ ১৩ বছৰ ছোৱালী 
১। আফশ্বীন আফশ্বা জামান
২। ইক্ষিতা বৰ্মন
৩। ডেইজী দত্ত 
অনুৰ্দ্ধ ১৫ বছৰ  ল'ৰা
১। শুভম ভট্টাচাৰ্য 
২। নলীনাক্ষ  কাশ্যপ 

মহিলা শাখা
১। ৰিচা বুজৰ বৰুৱা
২। শিৱাঙ্গী  প্ৰিয়া কাশ্যপ
৩।  শিখামনি কলিতা
৪। স্তুতি শৰ্ম্মা

নিৰ্বাচিত খেলুৱৈ সকলক ২০ ছেপ্তেম্বৰ, ২০২২ৰ ভিতৰত গুৱাহাটী দবা সন্থাৰ সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ নাথৰ লগত 9864911936 নম্বৰত যোগাযোগ কৰিবলৈ কোৱা হৈছে। 

ইয়াৰ বাহিৰেও যি সকল খেলুৱৈয়ে বিশেষ এণ্ট্ৰী হিচাপে অংশগ্ৰহণ কৰিব বিচাৰে তেওলোককো   ২০ ছেপ্তেম্বৰ, ২০২২ৰ ভিতৰত গুৱাহাটী দবা সন্থাৰ সাধাৰণ সম্পাদকৰ লগত 9864911936 নম্বৰত যোগাযোগ কৰিবলৈ কোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক