--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলীয়ে ক্ৰিকেট কেৰিয়াৰত পাকিস্তানৰ জুনাইদ খানৰ বিৰুদ্ধে খুব কমেইহে খেলিছিল। কিন্তু বাওঁহাতৰ পেচাৰগৰাকীৰ বিৰুদ্ধে ভাল খেলা নাছিল বিৰাটে। ২০১২-১৩ চনৰ দ্বিপাক্ষিক শৃংখলাত বিৰাটক বাৰে বাৰে আউট কৰিছিল জুনেইডে। পাকিস্তানৰ পেচাৰগৰাকীয়ে দহ বছৰৰ পাছত হঠাতে কোহলীৰ উইকেটৰ কথা ক’লে। 

সেই শৃংখলাৰ প্ৰথম দুখন মেচত জুনাইদে কোহলীৰ উইকেট দখল কৰিছিল। দিল্লীত অনুষ্ঠিত তৃতীয়খন মেচত কোহলীৰ উইকেট লোৱাৰ পূৰ্বে তেওঁক সকীয়াই দিয়া হৈছিল। তাৰ পিছতে তেওঁ কোহলীক আউট কৰিছিল। জুনাইদে কয় যে মই বহু ক্ৰিকেটাৰৰ উইকেট লৈছো। কিন্তু মানুহে এতিয়াও কোহলীৰ উইকেট মনত পেলায়।

উল্লেখ্য যে জুনেডৰ বিৰুদ্ধে ২৪টা বলত তিনিবাৰকৈ আউট হৈছিল কোহলি। মাত্ৰ ৩ ৰানহে কৰিছিল। কোহলীক কেনেদৰে ভাবুকি দিছিল সেই সন্দৰ্ভত জুনাইদে কয়, ‘আমি একেলগে ১৯ বছৰ অনুৰ্ধৰ বিশ্বকাপ খেলিছিলো। আমি ইজনে সিজনক আগতে চিনি পাইছিলোঁ। সেই ছিৰিজত মই প্ৰথমবাৰৰ বাবে ভাৰতৰ বিৰুদ্ধে খেলিছিলো। প্ৰথমখন মেচত কোহলীক আউট কৰাৰ পিছত তেওঁ কৈছিল যে মই আৰু তেওঁৰ উইকেট ল’ব নোৱাৰো। দ্বিতীয়খন মেচতো তেওঁক আউট কৰি দিলোঁ। তৃতীয়খন মেচৰ আগৰ ব্ৰেকফাষ্টত মই তেওঁক ক’লো, ‘বিৰু আজি তোমাৰ নিস্তাৰ নাই।’ ইউনিছ খানও তাত আছিল। তেওঁ মোক ক’লে, আজিও তাৰ উইকেটটো লোৱা। খেলখনত ইউনিছ ভাইয়ে বিৰাটৰ কেচ লৈছিল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক